পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩48 বহী। {১ম বছৰ, ১১শ সংখ্যা সিহঁতে এইবিলাক প্ৰশ্নৰ উত্তৰ কোনো ৰমে ধৈৰ্য্য ধৰি দিলে। শেহত আহিল সিহঁতৰ বয়স কি সুধিব পাল। সিহঁত তিনিউজনীয়ে সিহঁতৰ বয়স লুকাই তাকৰ তাক কৰি কলে। সিহঁতে ফোৱামতে মোৰ বিশাস মহল। ইফালে চুপাৰাইজৰ ডাঙৰীয়াদেৱে কৈ পাঠাইছে, সকলো বিলাক কথা শুদ্ধকৈ লেখিবলৈ? কি কৰিম? ভাবি চিকি উপায় এটা পালোঁ। মোৰ বোৰ কিনা বেচা আৰু ঘেৰাত উঠা এফেৰা অভ্যাস আছিল। মোৰ মনত পৰিল, ঘোৰাৰ বয়স দাত চাই স্থিৰ কৰে। তেন্তে মানুহৰ বয়শ নো কেলেই আঁত চাই থিৰ কৰিব নোৱাৰিম। এই ভাবি মই সিহঁতক সিহঁতৰ বয়স বুজিবলৈ মুখ-মেলি ঈত কেইটা দেখুৱাবলৈ কলে। কোৱা মাত্ৰকে সিহঁতৰ আগৰেপৰা উঠি থকা খঙে মূৰৰ চুলি পালেগৈ। বুঢ়ীজনীয়ে অপহ কৰে কলে “হে ইটাহঁত এই অহেলিয়াটোক ভালকৈ এপিকনি দিও, সোতাটো লৈ আহইক।” সোতাৰ নাম শুনিয়েই "হয়ত ভগৱন্ধ পলায়, কিললৈ বাসুদেৱ ডৰাই” কৰি কিবা বোল ঈশ্বৰক চিন্তি ভিৰাই এৰি লৰ মাৰি হেৰ পৰিলে। সেইদেখিহে কওঁ ভাঙৰীয়াসকল। চেনচৰ মহৰি হোৱা কামটো বৰ টান। অভোলাই শশ্মা। ১৮৯১ চনৰ চেনচৰ ইনিউমটে। প্ৰাণৰ দাটি। হাঁহি চায় কোনে! এই লাহৰী তৰাটি! বুকুত খেলিছে আজি আনন্দৰ ঢৌ। আহিব লাগিছে জোন, পালেহি নে নে? ভুমুকি মাৰিছে ছহি প্ৰাণৰ পৰাটি। | 5 আখাশ।