পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এখা, ১৮৩] অসমীয়া। পণ্ডিতসকলৰ বিশ্বাস। বেডিৰ অতি আচৰিত গুণবোৰৰ ভিতৰত এইটো বৰ মন কৰিব লগীয়া যে সকলো অৱস্থাতে সি সমান আৰু নিৰবচ্ছিন্নভায়ে উপ আৰু পোহৰ দিয়ে, অথচ তাৰ ওন যে, গাৰ গঢ়ৰ পৰিবৰ্তন নহয়, বা আন কোনো প্ৰকাৰে তাৰ অৱনতি ঘটে। এই জগতত উত্তাপ কেনেকৈ উৎপন্ন হয় সকলোৱে সে, কিন্তু বেডিয়মে নিজ উপ নিজে সুজন কৰে; আৰু সম্প্ৰতি তাৰ বিষয়ে যি জানিব পৰা গৈছে সেই উত্তাপ সৃষ্টিকাৰ সি অনন্তকাল অশেষভাৱে সমানে কৰি আছে আৰু কৰি থাকি। বুলি বৈজ্ঞানিক পণ্ডিতসকলৰ ধাৰণা। উপ সৃষ্টি সম্বন্ধে আমাৰ ভিতৰত এশিত বিজ্ঞান আছে সেভিয়মে তাৰ ওলট-পালট কৰি দিছে। নেভি দেখিবলৈ সাধাৰণ লোণৰ সৰু "না" এটাৰ নিচিনা। | এশীল যে। অসমীয়া। আমি যাক অসমীয়া বদলে। তেওঁলোক কোন? তেওঁলোক সদায় আসাতে আছিল নে? অসমীয়া জাতি কেনেকৈ সংগঠিত হল? ইত্যাদি প্ৰয়ৰ উত্তৰ এই প্ৰবন্ধত আৰ্মি অলপ-অচৰপ দিবলৈ চেষ্টা কৰিষ। আৰবিলাক ভাৰতবৰ্ষৰ আদি অধিবাসী নহয়। তেওঁলোক মধ্য- এচিয়াৰ হিন্দুকুশ পৰ্বতৰ কাষৰপৰা, কোনো কোনোৰ মতে আৰু ওপৰৰ ফালৰ উত্তৰৰপৰা অহা মানুহ। আষিক ভাৰতলৈ অহাৰ আগেয়ে ভাৰতত অনেক ৰাতৰ আৰু অনেক কৈৰ মানুহ আছিল। সেই মাছ বোৰৰ সদায় গাৰততে আলি নে, নাইবা কোনবা-ফলি-বুগতে বাহিৰৰপৰা আহি ভাৰতত সেই ছাতবাসী হৈছিল, সেইটো নিৰ্ণয় কৰা টান। আৰ্য- সোঁত জাৰলৈ বৰ আগৰেপৰা, মাইকৈ ভাবিড়ী আতিৰ মানুহ প্ৰায় গোটেই ভাৰত জুৰি আছিল বুলি পুৰি কালৰ ৰঙাত জন পণ্ডিতসকলে সিদ্য কৰিছে। কি জাৰিড়ীবিলাকে যে ভাৰতৰ আদিম অধিবাসী নহয়, বাহিৰ আকাৰতত বাস কৰিছিল, নোমান শক্তি কৰে।