পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৩ [ ১ম বছৰ, ১১ নং এইদৰে ওপজা সুৰ্যই ভীষণ বেগেৰে ঘূৰি থাকোতে থাকোতে নিৰ গাৰ উত্তাপশক্তি বিকিৰণ কৰি কৰি অলপ অলপকৈ গো হৈ কুঁচি আহোতে তাৰ শাৰ একোডোখৰ এৰাই পৰে, আৰু তেনেকৈ এৰোৱা ডোখৰবোৰ একোটা গ্ৰত পৰিণত হয়। আমাৰ সূৰ্যৰ পাৰপৰা এইদৰেই আমাৰ পৃথিৱী আৰু গ্ৰহবোৰ উপজিল। আমাৰ পৃথিবীৰ লগৰীয়া মাৰি ( Mercury) অৰ্থাৎ বুধ গ্ৰহ, ভিনচ (Venus) অৰ্থাৎ শুক্ৰগ্ৰহ, মাৰ্চ (Mars) অৰ্থাৎ মঙ্গল, জুপিটৰ (Jupitor) অৰ্থাৎ বৃহস্পতি, চেটণ { Saturn) অৰ্থাৎ শনি, নেপচুন (Neptune) অৰ্থাৎ বৰু, উৰেণচ (Uranus ), ইচ Eros, এচটেবইচ (Asteroids)নামৰ গ্ৰহঘৰ এইদৰেই উপজিল। আমাৰ সূৰ্যই এইদৰেই ৯,•••••• বছৰৰ আগেয়ে আমি থকা এই পৃথিবী জনম দিছিল। বোকা থকা বাটত বৰ বেগাই ঘূৰি যোৱা গাড়ীৰ চকৰিয়ে যেনেকৈ তাৰ গাত লগা বোকাবোৰ বলিয়াই পেলাই যায়, সূৰ্যৰ সন্ততি পৃথিবী আৰু গ্ৰহবোৰেও সেইদৰে আকাশত তীব্ৰ বেগে ঘুৰি থাকোতে অলপ অলপকৈ চেঁচা হৈ হৈ কুঁচি গৈ নিজৰ শৰীৰৰপৰা একো তোথৰ গলিয়াই পেলাই যায়। সেইদৰে দলিয়াই পেলোৱা একোডোখৰেই পৃথিবী আবি গ্ৰহবোৰৰ চাৰিউসালে ঘূৰি ফুৰা একোটা চন্দ্ৰ। ৮,০•••••••• বছৰৰ আগেয়ে এইদৰেই আমাৰ পৃথিবীয়ে আমাৰ এই চন্দ্ৰক জনম দিলে। এইদৰেই মঙ্গলে দুটা, বৃহস্পতিয় চাৰিট, শনিয়ে আঠোটা চন্দ্ৰ সুজন কৰি ললে। আমি অগেয়ে কৈ আহিছে। যে এই বিশ্বব্ৰহ্মাণ্ডত আমাৰ সূৰ্যটো এটা দ্বিতীয় কি তৃতীয় শ্ৰেণীৰ ৰা মাথোন; কাৰণ, আকাশৰ সেই যে হাতীপটি দেখিছা তাৰ ভিতৰত এনেকুৱা অনেক সূৰ্য আছে যিবোৰ পাৰাৰ এই সূৰ্য- তকৈ অনেক গুণে ডাঙৰ আৰু পোৰৰ, আৰু যাৰ তুলনাত আমাৰ এই কু পৃথিবীখন এটা সৰিয়হৰ সহাহে ডাঙৰ। এইটো মন কৰিব লগীয়া যে, আমাৰ এই পৃথিবীখন ইমান সৰু ৰে তেনেকুৱা ৩০,০০ মধ্যে বেছি পোটাই এনে কৰিলেহে সি শামাব এই সুৰ্যটোৰ সমান হয়।