পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সম্পাদকৰ চৰা। বিষেশ্বৰৰ বিশ্বৰূপ। আমি সকলোৱে প্ৰত্যেক ৰাতি আকাশত অসংখ্যাত ভৰা দেখি আহিছে; কিন্তু আমাৰ ভিতৰত কেইজনে জ্ঞাৰে আৰু কেইজনে জানে, আচলতে সেই তৰাবোৰ কি পদাৰ্থ? সেইবোৰৰ বিষয়ে পুৰণি কাৰেপৰা চলি অহা উপাখ্যান আৰু পুৰাণ আদি শান্তই জিয়া ব্যাখ্যান আৰু বিষণেই আমাৰ সৰহ ভাগৰ মন এক প্ৰকাৰ উত্তৰৰ খাড়ি-পানী টিয়াই দি তাক চেচা কৰি ৰাখিছে; কিন্তু প্ৰকৃত জ্যোতিৰ্বিৎ পণ্ডিতসকৰে দিয়া প্ৰকৃত উৰ আমি নাজানোহঁক। সেইদেখি আজি আমি কোতিষশাসকলৰ ৰাই পৰীক্ষিত আৰু গৃহীত মতৰ ওপৰত সম্পূৰ্ণ গুৰ দি তাৰ বিষয়ে কটা-চাইষ্টা কথা কম। বা অটো লাখাৰৰ শব্দ। তাৰ ভিতৰত গ্ৰহ উপগ্ৰহ নক্ষত্ৰ প্ৰকৃতি সকলো সোমায়। আকাশত আমি বিবোৰ তৰা দেখো, সেইবোৰৰ ভিতৰত সকলো বিধৰে জ্যোতি আছে। আমি উকা চকুৰে ঘিঘোৰ তৰা দেখিবলৈ পাওঁ সেইবোৰৰ ভিতৰত থকা, আমাৰ পৃথিবীৰে সৈতে সমন্ধীয় গ্ৰহ উপগ্ৰহ আদি বাহিৰে, বাকী এটাইবোৰই একোটা সুৰ্য। হাতীপটি অৰ্থাৎ আমি আকাশত বাটৰ নিচিনা তো সৰু সৰু তৰাৰ শাৰীবোৰ শল মূৰ খুপি মাথোন। | এই সূৰ্য্যবোৰ কিছুমান আমাৰ এই চিনাকি সূৰ্যতকৈ ইমন খণে ভাত, যে তুলনাত ই দ্বিতীয় তৃতীয় শ্ৰেণীত পৰেগৈ। আমাৰ পৃথিৰীৰপৰা সেই সুবোৰ ইমান দূৰৈত আছে যে সিহত আমাৰ চকুত এবাৰ পোহৰৰ একোটি তা যেন লাগে। আমাৰ পৃথিবীৰপৰা আমাৰ এই সূৰ্য্যলৈ ৯৩••••• মাইল দূ। ইমান দূৰৰপৰা আমি এই সূৰ্যৰু মাখোন এখন হীৰ সমান বা দেখে। কি আৰ সুবোৰ আমাৰ পৃথিবীৰপৰা