পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম বছৰ, একাদশ সংখ্যা বিষয় মই (কবিতা) ৩২৯ সুখ (কবিতা) ৩২৯ আওহেলা (কবিতা) ৩২৯ সম্পাদকৰ চৰা নিৰ্মালি ৩৩৩ মহাপাপৰ মহাপৰাচিত এয়ে হে শ্যামৰ কুঞ্জ ৩৪০ চেষ্ক পিয়ল ৩৪০ প্ৰাণৰ দৰাটি ৩৪৪ বিলাতৰ কথা ৩৪৫ অসমীয়া গৌৰীপুৰত বঙ্গলা সাহিত্য-সভা ৩৪৮ মাভৈঃ (কবিতা) ৩৫৫ কবিতা বিদায় (কবিতা) ৩৫৭ আসামৰ কলিতা জাতি ৩৬০ প্ৰাৰ্থনা (কবিতা) এষাৰ কেহেটা কথা। অৰ্থাৎ পয়চা খোজা। ভালেমান গ্ৰাহকৰপৰা আমি আজিলৈকে বাঁহীৰ বেচ পোৱা নাই। এইখন একাদশ সংখ্যা বাঁহী। দ্বাদশ সংখ্যাইও নিয়মমতে ওলাই বাঁহীৰ এবছৰ বয়স পূৰ কৰি দিয়াত সন্দেহ নাই। এতেকে এতিয়াও বাঁহীৰ বেচ নিদিয়াসকলে দয়া কৰি বেচফেৰা পঠিয়াই দিয়ক। নতুন বছৰত বহীৰ কে নবঢ়াই কলেৱৰ বঢ়াবৰ আমাৰ মন আছে, গতিকে গ্ৰাহকৰ পক্ষে সেইটোও সুবিধাৰ কথাই। প্ৰকাশক। Published by , BEZBAROA, Fror Assam-Bengal Stores, 2Lall Bazar Street, Calcutta