পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাগ, ১৮৩] ৩২৩ ধৰিলে, তেতিয়া সকল হেশে সুভায়ই মহয়, ওচৰ চুবুৰীয়া জাতি কুটুম সকলোৱে মনতে ভাবিলে যে এই বিয়াখন হলেই; ত মন্ত্ৰ কেই- আষাৰি মাতিব আৰু হোমৰ আম ধৰি কেইডালি পুৰিবলৈ হে বাকী। | ডাক্তৰণী আৰু বৰমৰীয়ণীৰ কথাত তেওঁলোকৰ স্বামী দুনো ঘূৰিলেই বুলিব লাগে। মাজে মাজে তেওঁলোক দুয়ে। এই বিষয়ে আন্দোলন কৰিবলৈ ধৰিলে। ওই হওঁতে বিয়াৰ পিন আদি ঠিক কৰিবলৈ এদিন এজন পাণ্ডিত মাতিশেই। কালৰ কি লীলা! ইয়াৰ ভিতৰতে আকৌ কোষ্টাও কথাই বৰ যে-পাক লগাই দিলে। এদিনাখন পৱা, দুটামান ছেকা শৰাই লৰা- ঢপৰা কৰি একোৰাৰ টেলিগ্ৰাফ অফিছলৈ গৈছে আৰু আহিছে। সেই লিনা হেনো এন্টে পৰীক্ষাৰ খবৰ আহিব; কোনোবা এজনে পালেই। লাহে লাহে এটা এটাকৈ ৫eply prepaid টেলিগ্ৰাম দি সকলোবিলাকে খবৰ আনিলে। হেমোৰ ইমান সময় সাহ হোৱা নাছিল; ভাবছিল অইন কাৰবাৰ খবৰহে আহে যদি আহক। শেহত কাৰে খবৰত একো নিস্পত্তি নোহোৱা দেখি, পয়চা বৰ অনা ধৰচ কৰি নিজেই তেওঁ এখন টেলিগ্ৰাফ দিলে। উৰত আৰু যি হবাগীয়। সেয়ে হল। | হৰমেন ‘ফেইল হোৱা কথাটো নগৰ গোটেইখনতে ওলাই গল। ডাক্তৰে শুনি নাক কোচালে; ডাক্তৰ তেতিয়াই বৰমহৰিণীৰ ঘৰলৈ আহিল; আৰু সুৰ চকুত, কোনে জানে কিয়, এপে। চকুণে। বিৰিঙিলে।। তাৰে তিন দিনৰ মূৰত ভাৰৰ নামে এখন টেলিগ্ৰাফ আহিল;-- তেওঁ যেনে আছে তেনে তেতিয়াই আন এখন 'ঞ্জিলে বদলি হল। নগৰ গোটেইখনত সেই খবৰটি বিয়পি পৰিল আৰু ডাক্তৰৰ ঘৰত বই- বন্ধু বন্ধা-ছটাৰ গোলমাল লাগি পৰিল। এইবিলাক ঘটনাৰ ফল হল, ডাক্তৰ আৰু বৰহৰীৰ লগত এখন মেল। তাৰ ফল হল এয়েই যে সম্প্ৰতি সুৱা আৰু মোেৰ হৰখেজ। বিয়াখন হব নোৱাৰে; সি কিছুদিনলৈ পিছইোহকক ভাৰণা আৰু বনহুৰাণীয়ে