পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃপাবৰ বৰুৱাৰ সামৰণি। পোহৰী কাকত।-টে-টে-টে! টি-টে-টে। টে! ১ম, কবি-পোৱালিমলাত উটি, আহিব লাগিছে, এতিয়াই পোহৰী।-টে-টে-টে! টে-টে-টে। টেট,! ২য় কবি-পোৱালি।-কুউৱাই কুলিয়ে, আগচি ধৰিছিল, বলেৰে | আহিছেহিঁত। পোৰী। টে-টে-টে! ... ... টে। ৩য়। জোনৰ পোহৰত, জল-টবক চকু, বোকাত খাইছে সেট, পোহৰী। টো-টে.টে! ... ... টেট। ৪ৰ্থ। ফুল ভেট পাহি, শিলত থাকি হাঁহি, মূৰটো কৰিছে হেট, পোহৰী। টে-টে-টে! ... ... টেট। | ৰ। ভোমোৰাই গেজৰে, বৰ ভয়ে ধৰে, হে মোক লৈ যাই। পোহৰী। টেট-টে! ... টেট। | ৬ষ্ট। ৰিণিকি ৰিণিকি, শুনি বাহী ধ্বনি, কি যেন কৰে মোৰ পেট। পোহৰী। টেট-টে! ... ... টেট। | ৭ম। হেলি, সোণালি, ৰূপালি, গোকালি, খলি, খিচিৰি, that। পোৰী। টে-টে-টে! ... ... টেট,। ম। ঠাই দি ৰাখিবা, মোৰ এই কবিতা, পোৰী কাকতখন। পোহৰী। টে’-টেটে! ... ... টেট। ১ম বঢ়। টুটাবোৰ. টুটাই বঢ়াই লৰা ৰোৰে মূৰৰ শপত। কৃপাবৰ।