পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ , স্য instruction in all but village School, That this state of thing must have had a disastrous efect wpon the language and its literature in evident. Assamese had to fight for its very existence. It would have been lamentable had the fight cided otherwise. A people who had developed themselve on lines of their own, whose literature had characteristics distinct as their own individuality, would have been sen- rally crushed down into hewers of wood and drawers of water. There was therefore much more at stake than the mere recognition or non-recognition in official circles of a particular language” অথচ বিদ্যাবিনোদ ভায়াই মুনিয়াহ কাঢ়ি কৈছে যে it is fortunate for on Assamese brethern that their desire to have the recognition of their mother.tongue as a court language has been so easily fulfilled” “বটে।” "So gasily fulfilled"। "Assamese had to fight for its very ex- istence. অৰুণোদয়ৰ কাৰেপৰা, অনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া লৰাৰ মিত্ৰ” আৰু “Remarks on the Assamese Language'১৮৫৫ খৃষ্টাব্দৰ সময়ৰেপৰা, হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণ অভিধান আদিৰ সময়লৈকে অসমীয়া ভাষাৰ হকে, usurper গলা ভাষাৰ বিৰুদ্ধে যুক্ষুতে যুন্ধুতে দেশহিতৈষী অসমীয়াসকল হায়ণ; শেহত যুদ্ধ জিকি ভাগৰ লাগি তেওঁলোক অলপ জিৰাবলৈ কাতি হৈ মাথোন, আকৌ বাণী সকালে কাৰ ছাড়ি” তেওঁলোকক খুলৈ আহ্বান কৰিছে। মুকুন্দ ই বুৰ অত ভাগৰ পলুৱাবলৈ ইৰপৰা বৰ লৈ পৰ্বতৰ ঘৰত কিছুমান দিন নিশ্চিন্ত মনে এই লোৱাৰ পিছত হে কাল-যৱনৰ গোৰ খাই তেওঁৰ টোপনিৰ ব্যাঘাত ঘটিছিল; কিন্তু দুৰ্ভগীয়া অসমীয়াসকলৰ কপালত নিল। সুখৰ খনিষ্টামানো নাই। অতুবা তেওঁলোকৰ কপাল ভাল হোৱাহেতেন আখিও বিদ্যাবিনোদ মহাশয়ে তেওঁৰ লগৰীয়সকলৰে সৈতে ভাল সাৰিলি! ভাল সাৰিলি”! বুলি তেওঁলোকৰ কাণৰ কাষত কালি