পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঁহী। [৯ম বছৰ, ১ম সংখ্যা আৰু এটা কথা মন কৰিব লগীয়া যে আজিলৈকে আমি যিবোৰ বৈধৰ্মৰ পুথি চৈপী লোকৰ ৰাই বঙ্গদেশত প্ৰকাশিত গেয়া দেখিছে। তাঁত শঙ্কৰদেৱৰ নাম পৰ্যন্ত উল্লেখ নাই। চৈতন্য কত পণ্য আৰু নগণ্য শিয়ৰ উল্লেখ চৈতাসম্বন্ধীয় পুথিৰোৰত পোৱা যায়; দেশ আসামৰপৰা ঘোৱ। শৰদেৱ এনে নিতান্ত নগণ্য অশিক্ষিত মুখ ছিল নে যে তেওঁৰ নিচিনা শিষ্যৰ কোনো ভু লোৱাটো বা উল্লেখ কৰাটো চৈতন্য আৰু চৈতন্য প্ৰধান প্ৰধান শিষ্যসকলে অনাৱশাক বুলি ভাবিছিল? যি “দৰশিতে সুন্দৰ, গোৰ কলেৱৰ, ষৈচন সুষ পৰকাশ; পাষণ্ড-মৰ্দন কলিক কালে যাক সম নাই আৰ” শৰদেৱক একাও কাল কানোৱে লগ পালে তেওঁৰ মনত শঙ্কৰ প্ৰতি এক আচৰিত শ্ৰদ্ধা ভক্তিৰ ভাৰ সুপৰি নাথাকিছিল, যি শঙ্কৰদেৱে কোচ আৰু আহোম ৰজাৰ ৰাজসভাত বিপক্ষ ব্ৰাহ্মণসকলক বাদত জিকি ৰজাসকলৰ এৰা ভক্তি আকৰ্ষণ কৰিছিল, সেই শঙ্কৰদেৱ চৈতন্যদেৱৰ শিষ্য হল, অথচ সেই কথা অতি সামাঙ্ক সাধাৰণ বুলি চৈতন্যদেৱ আৰু তেওঁৰ ভক্তসকলৰ মাজত বিবেচিত হৈ তেওঁলোকে তাৰ খবৰকে নকৰিলে। এইটো সম্ভব নে? বিদ্যাবিনোপ মহাশয়ে কৈছে যে নৰনাৰায়ণ ৰক্ষাৰ দিনৰেপৰা আজি- লৈকে অসমীয়াৰিলাকে সমীয়া ভাষাৰ অৰ্থে একোকে কখা নাই। এইটো নিশ্চয় আচৰিত মানিবলগীয়া কথা। কলিকতাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই” ছপা কৰা কিতাপৰ তালিকা এখন মেলি চোৱা হেঁতেনেই তেওঁ দেখিবলৈ পালেহেঁতেন যে তেওঁৰ বৰিণা ভুল। নৰ- নাৰায়ণ ৰজাৰ সময়ৰ পিছত অসমীয়া ভাষা কত পুথি, সংস্কৃত শান্ত্ৰ প্ৰাঙনি, সংস্কৃত নাটক আহিত নাট, জ্যোতিৰ কাক বোলি পুথি আদি ৰচিত হৈছে তাৰ লেখ-লাখ নাই। বৰ্তমান সুগলৈ আহিলেই দেখা যায় যে তাৰ আদিতে, বঙ্গদেশত বঙ্গ ভাষা চৰ্চা কৰাটো, বলা ৰাখা কিতাপ পুথি লেখাটো যেতিয়া সৰহঙ্গা বাণীয়ে হেয় কান কৰিছিল, তেতিয়া অসমীয়া ভাষাত সমীয়া অস্তিন (ধাৰাৰ কে ৰ এণত, ১৯২৯ খৃষ্টাব্দ), "Vocabulary and Phrase Book