পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাল, ১৮৩২। অসমীয়া গৌৰীপুৰত বঙ্গল সাহিত্য-সা। ৩০৯ সেই কথা নিধুতকৈ প্ৰমাণ কৰি দেখুৱাইছে। যাৰ সম্পাদকৰ কথা লগতে আমি আমাৰো এষাৰ কথা লগ পাই দি কও যে,-শদে উদাৰহৃদয় আৰু ওখ মনৰ খাৰ্শ্বিক মহাপুৰুষ আছিল। মই অসমীয়া, তেওঁ বঙ্গালী” এনে এটা জাতীয় সঙ্কীৰ্ণ স্বতীয় ভাবে তেওঁ স্কুল কেতিয়াও ঠাই নেপাইছিল। ৰ অৱতাৰ আখ্যা পোৱা দেৱ শঙ্কৰদেৱ যদি চৈতন্যদেৱৰ শিষ্য হলহেঁতেন, তেন্তে গুক্তি ইমান প্ৰচাৰ কৰোতা তেওঁ সেই কথা কেতিয়াও গোপন নকৰিলেহঁত। আৰু গোপন কৰিবই বা কিয়? শু তো বঙ্গাব্দী বা অসমীয়া বা ভিী বা মহাৰাষ্ট্ৰী নহয়; গুৰু সাক্ষাৎ ঈশ্বৰৰ অংশ বুলি মহাপুৰুষীয়া ল'ৰ অত। "জয় গুৰু শঙ্কৰ, সৰ্বগুণাকৰ, যাকেৰি নাহি উপাম। তো! চৰ-বেণু শতকোটা বাৰে কৰেহে প্ৰণাম .........এিভুবন বন্দন, দৈবী নন, যে হৰি মাৰল কংস। জ্বগজন তাপ, দেৱ নাৰায়ণ, ৰু। তাকেৰি অংশ॥” ঘি মহাপুৰীয়া ৰ মত, এলে প্ৰচাৰক শব- দেৱে পৰম বৈষ্ণ চৈতন্যক গুৰু গতি আৰু ভয়-সিন্ধু কৰণীৰ কাণ্ডব পাই যে সেই কথা গোপন কৰি মহাপাত আজি পৰ্ম্মৰ বাটৰপৰা পিছলি পৰিবৰ দিহা কৰিব এনে কথা কোনো সৎলোক মনত ৰাৰণ কৰিব নোৱাৰে। গুৰুৰ জািিবচাৰ কি? সাধাৰণতঃ বঙ্গালীৰ প্ৰতি বীতৰাগ অসমীয়া খিচে নিজ গুৰু পৰ্বতীয়া গোসাঁইসকলক কি তক্তি চকুৰে চায়, কনেকৈ তেওঁলোকক ঈশ্বৰৰ অংশ বুলি আনে, এই কথা কোনে জানে? কতা বঙ্গালী বুলি দেখোন অসমীয়াইতেওঁলোকক অস্বীকাৰ কৰা নাই? অগাঢ় পতিত উদাৰ-বয় পৰম বৈীৰ গজন তা দেৱনাৰায়ণ, কেৰি অংশ শঙ্কৰদেৱ আজিকালিৰ অসমীবিলাকতকৈও ঠেক মনৰ নে যে নিজৰ গুৰু মৰা বিদ্যা" তেওঁ বিদ্যাৰ হৈ উঠিছিল। খাদে, চিত, মাথৱ দেৱ ৰচিত, আৰু তেওঁলোকৰ পিছৰ কোনো মহাপুৰীৰ ৰাই ৰচিত পুতি চৈতদেৰ উৰে নাই কিয়? শঙ্কৰদেৱ মাধৱদেৱৰ পুথিত চৈত। নাম নথকাৰপৰা এইটো বুবি নোৱাৰি নে নে চৈতদেৱৰ যাই প্ৰচাৰিত বৈষ্ণব ধৰ্মৰ প্ৰাৰ এওঁলোকৰ খাই এৰিত বৈৰ ৰ ওপৰত সৰুলি পৰা নাছিল, আৰু চৈতন্যদেৰ প্ৰতি বৈষ্ণৱ ধৰ্ম গেয়ে এওঁলোকৰ মহাপুৰুষীয়া এ প্ৰচাৰিত হৈছিল।