পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১ম বহু সংখ্যা সদাচাৰী পাতি, বঙ্গদেশৰ ডোম তাৰে ওলোটা! আসামত ডোখৰ বামুণ থকা সকলোৱে দেখিছে; যাতে ডোন পণ্ডিত বা গোষ বন্ধু দু। আলামত বৈষ্ণৱৰ্থ প্ৰচাৰিত হোৱাৰ আগেসে বিকৃত বৌদ্ধ গৰ্ম্মৰ নিচিল ধৰ্ম্ম তোমৰ ভিতৰত প্ৰচলিত আছিল। আসামৰ ডোম আতিৰ মুখৰ পঢ় আৰু অঙ্গপ্ৰত্যঙ্গাদি দেখি সিহঁতক ব্ৰাবিড়ী জাতিৰ ভিতৰুৱা মানুহ বুলি জাতিতত্বপণ্ডিতসকলে অনুমান কৰে। বঙ্গদেশৰ ভোবোৰ ষে অতি নীই কুলীয়া আৰু আচাৰ ব্যৱহাৰ আদি বিষয়ত সিহঁতে আসামৰ ডোমও ছটো ভৰি দিব নোৱাৰে, তাক মকলেও হব। বাস্তবিকপক্ষত অসাম ভোম আৰু বঙ্গদেশ ডোম একে তিৰেই নহয় বুলি আমাৰ দৃঢ়বিশ্বাস। সেইদেখি ৰামাই পণ্ডিতৰ ধৰ্ম্মঠাকুৰৰ ওথ পূজাৰ পদ্ধতি বঙ্গদেশৰ ডেম কুলীয়া মানুহৰ নিমিত্তে যে প্ৰচাৰিত হৈছিল, সেই কখতে আমাৰ বৰ খুৰী আছে। শুন্য পুৰাণৰপৰা দীনেশ বাবুৱে তেওঁৰ কিতাপত যি তুলি দিছে, তাৰে এডোখৰ আমি আমাৰ এই প্ৰত তুলিলে।। “ধৰ্ম্ম হৈলা জনৰুপি মাথা এত {এক?) কাল টুপি | হাতে সোভে তি কামান। | ত্ৰিভুবনে লাগে ভয় খোদায় বলিয়া এক নাম। ৬ নিন নিৰাকাৰ | ছৈলা তে (তে?) অবতা মুখেত বলেত যাৰ। তেক দেবতাগণ সঙ্গে হুয়া এমন | আমলেত পৰিল ইজাৰ ৭ ব্ৰহ্মা হৈল মহাম্মদ। বিষ্ণু হৈলা পেকম্বৰ জাদ হৈল সুপানি। গনেশ হইন্স শালী। কাকি হৈল কালি ফকিৰ হুইল্যা জত খুনি। তেলিয়া আপন ভে না হইলা সেক পুৰৰ হইল মলনা।