পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯০২, ভাদ] “একণমানি ছোৱালীকণ তই”। একণমানি হোৱালীণ ই-তোৰ চকুৰ বিষৰ চাব, -কি-যেন-কেনে হেন গুাষ- এক চেতে পৰা তো তো, থক নেক বাব। অ' একণমানি ছোৱালীৰ তোৰ চকুৰ বিৰ চাৰ,! একণমানি ছোৱালীক হই-তোৰ ইমানটো ডাঙৰ শাক। —ইটা যে মহা মোৰ জাদ- নোমিন্সেতেই চকু চকু পৱ মোৰ | তই মূৰত মাৰি বাঙ্গ! অ’ একণমানি ছোৱালীৰ তোৰ ইমানটো ভাঙ লাল। একণমানি ছোৱালীৰ তই-তোৰ এনেটো বিপৰীত খং। --বিপৰ্যস্ত 'বৰ অং"- কিয় উঠ জলি কৰিলে ধেমালি তুই সুবুজ বোলে কাক ৰং? অ’ এৰূণমনি ছোৱালীকণ তোৰ এনেটে। বিপৰীত। এৰূণখানি ছোৱালীক তুই-তোৰ এনেটো ভবা অভিমান। —ভগাটোৱেই যেনেহে টান হে পাতি তই অলপতে মোৰ কাঢ়ি নি হে এই সোপাকে অপমান খান! জ’ একণমানি হোবাসীকণ তোৰ এনেটে। ভব্য অভিমান! একণমানি ছোৱালীকণ তুই-তোৰ ইয়ানটো ডাঙৰ মে।