পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [৯ বছ, ১ম সংখ্যা আমি কও আপোনালোকে আমাৰ পুথিবোৰ তত সুমাৰ; আৰু যি সুমাইছে, তা উলিয়াই দিয়ক। কি না? উলিয়াই দিয়ক উলিয়াই দিয়ক। আচল কথা,-পুৰণি কালত অৰ্থাৎ খৃষ্টীয় পঞ্চম, ষষ্ঠ, সম শতিকাত আৰু তাৰ আগেয়েও আসাম অৰ্থাৎ কামৰূপ ৰা প্ৰবল পৰাক্ৰমী মুসত। দেশ আহিল। হয় সপ্তম শতিকাৰ আগছোৱাত যে অসাৰ তেনেকুৱা আছিল হিউয়েন্চাঙৰ ভ্ৰমণবাৰৰপৰা তো তাৰ নিভুল প্ৰমাণ পোৱা যায়েই। বৌদ্ধ ৰা শিলাদিত্য এববন্ধন সাত তাঁহৰ মানা ঠাইৰপৰা যোৱ। • জন ৰজাৰ ভিতৰত ভাৰুৰ বৰ্মাই প্ৰথম ঠাই পোৱা কথা আমি ৰগৰ এটা প্ৰবন্ধত কৈ আহিছে। গৌড়ৰ ৰাজধানী লক্ষ্মণাৱতী নগৰ মৰূপৰ ৰজা শঙ্কাদিবে স্থাপন কৰা বুলি প্ৰবাদ থকা কথাও কৈছে।। পালিৰে উত্তৰ-তাৰতৰ ৰা কোৰৰ ৰা আক্ৰমণ কৰি কোৰক ৰণত ঘটুৱাইছিল এই কথাৰ আমি উল্লেখ কৰি আহিছে। এতে প্ৰবল ৰাজ্যৰ ভাষা অসমীয়া স্পষা অৰ্থাৎ কামৰূপীয়া ভাষা যে প্ৰবল প্ৰতাপ আহিল, খাৰু উত্তৰব মৈমনচি এডেৰেৰে সৈতে গোটেই কাম- ৰূপ সেই ভাষাৰ আৰু সেই ভাষাত ৰচিত সাহিত্যৰ শীলাভূৰি আছিল তাত সন্দেহ নাই। সেই কালত সেই অসমীয়া ভাষাৰ প্ৰভাৱ সকল ঘে কামৰূপ ৰাজ্যৰ ভিতৰতে আবদ্ধ আছিল এনে নহয়, তা চাৰি সীমাৰ বাহিৰেও সেই প্ৰাৱ বিয়পি পৰিছিল, এই কথাও সহজে অনুমান কৰিব পাৰি। সেইদেখিয়েই সেইকাৰ আল বঙ্গদেশৰ লেখকসকলেও অসমীয়া কবিসকলৰ অনুকৰণ কৰিছিল আৰু অসমীয়া একসকলৰ প্ৰভাৱ বাৰাই আগ্ৰহ হৈ তেনে পড়বে প্ৰায় তেনে ভাষাতেই নিজ নিন এবোৰ চিছিল। সেই বাবেহে আমি শূন্য পুৰাণৰ ভাৰাত, পৰাগলী মহাভৰতৰ , কী ভাষাত, সঞ্জয় ভাষাত অসমীয়া কৰি অসমীয়া ভাষাৰ। পাওঁ। কোলে। এটা প্ৰবল ভাবাৰ আৰু সাহিত্যৰ। লিকতীয়া। আৰু সাহিত্যৰ ওপৰত পৰাটোচিৰফলীয়া নিয়ম। আজিকালিৰ ইংৰাল