পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [১া ব, ১ম আশাত খায় তেনেকুৱা গৰুৰেই চলি আছে। আমাৰ বগা সাহিত্যিক শফলে সেই তাক পুৰণি বলা ভাবোলে বোক; কিন্তু সেই গনে বঙ্গশা দেহি এতিয়া অপ্ৰচলিত; এতিয়া বঙ্গদেশত চলা বাৰপৰা সেই বা শতেক যোজন” জাতৰ। ইয়াৰ ৰাই কটকটীয়াকৈ কি দেখা যায়? ইমাকে কে মেম্বাৰ নেমে আসাশত অসমীয়াই তেওঁলোকৰ প্ৰিচলিত বুনিয়াবী” তাৰা ৰাখিছে, কিন্তু বঙ্গদেশত বঙ্গালীয়ে তেওঁলোকৰ সেই “বুনিয়াদী" ভাষা নাৰাখি বা ৰাখিব নোৱাৰি তাৰ বিকৃত অপভ্ৰংশ আজিকালিৰ বলা ভাষা কয় আৰু দেখে? সেইদেখি এই সিদ্ধালৈ মাহি কেনেকৈ পাৰি, ৰে আজিকালি দেণত চলিত বঙ্গভাষাটো পুৰণি "বুনিয়াদী” অসমীয়া ভাষাৰ পাছৰীয়া সন্তান। অৱশ্যে তেহেলৈ তেওঁলোকে লাশে যদি, বৰ্তমান বঙ্গভাষক পুৰণি বঙ্গভাষাৰ উন্নত সভ্য অৱস্থাকে খোলক বা ঘি বোল বোলক তা আমাৰ কবলৈ একো নাই; কাৰণ সেইটো ঠিক এনেটো-ধৰা নানি, পুৰণি বঙ্গভাষাভাষী নৈষ্টিক আচল হিন্দু ব্ৰাহ্মণ পণ্ডিত বিখ্যাত নাথ তৰ্কপঞ্চানন পৰি-নাতি বঙ্গভাষা সনা বা এখা-খৰীয়াকৈ জনা ইংৰাজী ভাষাভাষী বিলাতী বিবী বিবাহিত ধনী বাৰিষ্টৰ মিষ্টৰ ডবলিউ, এন, ভটাচাৰিয়; আৰু বৰ্তমান অসমীয়া তামাটে। তৰ্কপঞ্চাননৰ গান এন পৰিছি মহামহোপাধ্যায় পণ্ডিত লৰনাথ ভট্টাচাৰ্য বিদ্যালয়। মনুত আছে-"শনকৈ ক্ৰিয়ালোপালিশা ক্ষত্ৰিয়ায়। কলত্বং সত। লোকে ব্ৰাহ্মণাদৰ্শনে। পোকাচৌ ভ্ৰাবিড়া কালোজা ধবনাঃ শফাঃ। পৰাঃ পশ্চীনাঃ কি বশা। {ম ১•|•-t} ইয়াৰ অৰ্থ—পৌও ক, ওটু, কাজ, যবন, শক, পা, পলব, চীন, কিত, শখ আৰু গণ অৰ্থাৎ প্ৰাচীয়া বা খেই জাতৰ লিবিলাক জিয়ালোপ হোৱা বাবে আৰু ব্ৰাহ্মণ সনৰ নিমিতে জমে বল প্ৰাপ্ত ল। এই ক্ষত্ৰিয়াকৰ মহাপাকশালী আৰু তেওঁলোকৰ ৰা বৰ বৰু