পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম বছ] (১ম সংখ্যা। | প্ৰতি। ফুল-ফলি ফুলি গোন্ধ বোৱাই প্ৰীতিৰ সোঁত, | সৰি পাছে নাইকিয়া হল। সি ফুলৰে মউপিয়া এটা তোমোৰা বলিয়া | ঘুষি ঘূৰি ফুৰিছে অকল। উৰি ফুৰি বেজাৰৰ হৃদয় ৰাগি তাৰ বষিয়ে সিও গুচি গল। কন্তু কোন কিবা হল, চিন স্মৃতি পমি গল, | প্ৰকৃতি তেনেকৈয়ে এল। আশা। কিয় মোৰ আশা হায় আশাতে নয়? ইমান বিকিনি দেখি পৰি যায়? জগতৰ গতি দেখি পৰিছে। ভাগৰি। নেলাগে নেপাং যিটো কিয় মৰে পুৰি? সুধা মুখ। মুখৰ সোৱাঙ্গে মোৰ সমাৰ হৃদয়, অমৃতব নিশি ৰঙা ওঠ দুই। মাতে যে বৰষিব, মুখৰ নিশ্বাসে হৃদয়ৰ দুখ ব্যথা লই খাব ধুই। পালি গধুৰ ভাৰ উপাৰ জীৱন, পাহৰি ই পৃথিবী সবা-শৃঙ্খল। হয় যদি এঘে হক, মৰণৰ পাৰে মুখতে দি মুখ দুটি। মাৰ গল্প। চম পায়নি।