পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম বছৰ, দশম সংখ্যা | সূচী পিঠি ৫ ২৯৩ ৫ বিষয়। প্ৰকৃতি (কবিতা) আশা (কবিতা) সুধামুখ (কবিতা) সম্পাদকৰ চৰা এক্কণমাণি ছোৱালীকণই অসমীয়া গৌৰীপুৰত বঙ্গলা সাহিত্য-সভা কৃপাবৰ বৰুৱাৰ সামৰণি কবিতাৰ জন্মোৎসৱ (কবিতা) ২৯৪

ঃ ৪ ঃ ৪ ঃ

৯ ৩ ৩২০ ! ! গিৰিডি নিয়তি (কবিতা) ৩২৮ আঁহীৰ সাহিত্য-সমন্ধীয়া অৰিয়াঅৰি। আজিৰপৰা এমাহৰ ভিতৰত যিসকলে আমালৈ কামৰূপীয়া ভাষাত লেখি গল্প পঠিয়াব, তেওঁলোকৰ ভিতৰত যাৰ গল্পটো এটাইতকৈ ভাল হ'ব, তেওঁক আমি সংস্কৃত শব্দকল্পদ্ৰুম” নাইবা “হেমকোষ” অভিধান এখন বঁটা দিম। বিচাৰৰ ভাৰ আমাৰ হাতত থাকিল। আমাক অসমীয়া (nursery rhymes) অৰ্থাৎ লৰাক শুৱাওঁতে মাকে গোৱা, আৰু লৰাই সমনীয়াৰে সৈতে ধেমালি কৰোঁতে নিজে গোৱা পদ বা ফকৰা কিছুমান লাগে। যিসকলে আজিৰপৰা দুমাহৰ ভিতৰত সেইবোৰ গোটাই আমালৈ পঠিয়াব তেওঁলোকৰ ভিতৰত প্ৰথম হোৱাজনক আমি তিনি বছৰলৈ বাঁহী বেচ নোলোৱাকৈ দিম। সম্পাদক। Published by H BEZBAR0A, From Assam-Bengal Stores, 2 lall Baa Street, Calcutta