পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮ বাহী। [১ম বন, ৯ম সংখ্য ভাষা পুণি ৰঠিত হৈছিল। ক্লোনো-কানোৱে ডাকৰ বচনৰ পুথি ইয়াৰে। আগয়ে অসমীয়া ভাষাত ৰচিত হোৱা বুলি কয়। স্বীয় ৰে আৰু চৈধ্য শতিকাত হোমে আহোম ভাষাত বুৰঞ্জী লেখা লেখি অনেক অসমীয়াই অসমীয়া ভাষাতে বুৰঞ্জী লেখিছিল। নানা বিপ্লৱত পৰি, ঘাইকৈ কীৰ্ত্তি বৰবৰুৱাৰ কোপানত পৰি সেই জাতীয় কীৰ্ত্তিবোৰ i " There are also many old puthis heirlooms in families. treasured with care, but decaying and rapidly be- coming illegible awaiting deciphering and publication Many of these old bark-written puthis are historical in subject matter, many deal with Aatronoiny and Astrology religious rites and cere:nonies, and folklore. " . লক্ষ্মীনাথ বেজবৰুৱা। প্ৰণয়ৰ প্ৰতিদান। প্ৰেমিক বিয়েতে কিয় প্ৰতিদান খোজে। প্ৰণয়ৰ প্ৰতিদান নাই; প্ৰতিদান পাবলই যদি প্ৰেম কৰে, তেনে প্ৰেম প্ৰেম নয়। পদুষী কুমুদী চোৱা প্ৰেষত মগন, কোমল হৃদয় উদঙাই; হপি নেপায় তাৰ একো প্ৰতিদান, জীৱনত জীৱন জুহাই। অথচ দুইৰৰ কেনে নিত প্ৰণয়, প্ৰতৃিগান ভুক্ষেপ নকৰে। উঃ সন্ধ্যা সৰ্বদাই একেদৰে সেই প্ৰেম-তৰা ইবি দুটি মাৰে। একান্ত বৰকাকতী। . . W. Sudraersen Eqr.