পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮৪ সাহী। [১৪ সছ, ১৪ সং] বাবু দীনেশচন্দ্ৰ সেনে বঙ্গভাষা ও সাহিত্য” নামৰ কিতাপত লেখিছে "কৃত্তিবাসেৰ পূৰ্বপুৰুষ উক্লিখিত নৃসিংহ ওফৰ পিতামহ উধে। ঘনৌজমাখৰ ৰজাৰ সভাসদ ছিলেন, তাৰ কুলজীগ্ৰন্থে পাওয়া যায়, গনোজশাশৱ ১২৮ • ৯৩৮ খৃঃ এ পৰ্যন্ত বৰ্তমান ছিলেন, কৃত্তিবাস উধো হইতে অধস্তন সপ্তম পু, সুতাং ১২৮ হইতে ২•• শত বৎসৰ পৰে কিবালেৰ wৌঢ়বস্তু। ধৰা যাইতে পাৰে ," | ৰুক্তি বাস তেওঁৰ পূৰ্ণপুৰ ইলোৰপৰা তললৈ সপ্তম পুৰুৰ। উলে। নৌবষৰ সাসদ আছিল। নৌকমাধৱ ১৩৮ খৃষ্টালৈকে আছিল। সেইদেখি আজ ১৩৪০ খৃষ্টাব্দত উপোৰ। বুলি পৰিব পাৰি। মানুহৰ জীৱ নৰ কাস গৰে যদি • বৰ ৰা যায়, তেন্তে উগোৰপৰা কৃত্তিবাসলৈকে কমপক্ষেও ১ বছৰ বুলি ধৰিব পাৰি। সেইবাবে কৃপাস। কাল ১৫৮ খৃষ্টাব্দ হয় গৈ, অৰ্থাৎ খোল শতিকাৰ শেহত। শঙ্কৰ- দেৱ ১১ বছৰ জীয়াই আছিল। তেওঁৰ মৃত্যু ১৫৫৯ খৃষ্টা- ফত। সেইদেখি কৃত্তিবাসৰ ৰাষায় শঙ্কৰ দেৱৰ পুথিৰ এশ শতিক। আপেয়ে ৰচিত হৈছে বুলি পদ্মনাথ বাবুৱে যি কৈছে সি নিটিকে। শফটো টান-টুনি লৈ গলেও কৃত্তিবাসক শমদেৰ সমসাময়িক কৰিবগৈ পাৰি, তাৰ শহিৰলৈ যাব নোৱাৰি। কৃত্তিবাসে মাধৱ কন্দনিক দুই নোৱাৰে বুলি আমাৰ বিশ্বাস। দীনেশ বাবুৱে আৰু লেখিছে " সম্প্ৰতি জ্যোতিৰিক গণনা কাৰা নিশ্চিতৰূপে সিদ্ধান্ত হইতেছে যে কৃঞ্জিনাস ১৪৩২ খৃষ্টাব্দে জন্মগ্ৰহণ কৰে।” ১০৫ খৃষ্টাব্দত কুত্তিবাসে শয়ণ ৰচনা কৰা কথা যদি সহ ম, তেন্তে তেওঁ ১৮ বছৰ বয়সত ৰামায়ণ ৰচনা কৰাটো হয়; সেইটো অস- ৰ। আচল কথা, * The period of literary activity in Assam was synchronous with a similar period in Bengal. In both coun- tries the influence at work was the same, The religious re- forning wave which swept over India at the same time that Luther was convulsing the courts of Europe, was led in Bengal by Chaitainya and in Assam by Sankar Deb. In both countries, too, the religious effocu were identical-a worship