পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম বছৰ।]
[প্ৰথম সংখ্যা।
আঘোণ,১৮৩১ শক।

ত্রিভুবন মাজে যত বস্তু মধুময়,
সিসবৰ সাৰ ভাগ কৰি একে ঠাই,
পূৰালি উদৰ তোৰ হে.বাঁহী অমিয়া।
প্রেমিকে মাগিছে কণা পূর্ণ কৰ’ হিয়া।