পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩০৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সম্পাদকৰ চৰা। | প্লেগ। গঙ্গাগা ভাৰতবৰ্ষক প্লেগ (মহামাৰী। বাধিয়ে যে কি লাটখট কৰিব লাগিছে সেইটো কাৰো অধিতি নাই। দুই চাৰি বছৰৰ আগলৈকে, আম কি এবীশ ডাক্তৰসকলৰ ভিতৰতে এনে এটা ডাঠ বিশ্বাস প্ৰচলি আছিল যে প্লেগ এটা এনে বিধৰ সেচৰা ব্যাধি যে সুস্থ মানুহ এটাই প্লেগ ৰোগী এটাক হোৱা-মেলা কৰিলেই সেই ব্যাপি সুস্থটোৰ গাত নেসেচৰাকৈ কোনোবা-কাচিৎ হে এবে। কিন্তু আজি কাপি এই বিস নাইকিয়া হৈছে। আজিকালি ডাক্তৰসকলৰ মত,—যে এটা প্লেগ ৰোগীৰ পৰা আন এট। সু মানুহৰ গালৈ প্লাগ ৰোগ পোম বাটে হোৱা-মেলাত নাযায়। গে ৰোগত পৰা এৰ আৰু সেই এৰৰ গাত পৰি উৰি আহি মানুহৰ গাত বা মাং ব্যৱহাৰ কৰা বা খোয়া বন্ধুবোৰত পৰা মাখিৰেহে আচলতে প্লেগ সংক্ৰামক। প্লেগ ৰোগৰ খাতি-গুৰি বিচাৰিবলৈ শোকাইত যি খে- কবিনে বহিছিল, তাৰ “বিপোৰ্টৰপৰা গোটাচেৰেক সিদ্ধান্ত আমি খলত তুলি দিলো। (১) শানুহৰ ভিতৰত খোৱ। বিষ্টানিক প্লেগ এন্দুৰৰ ভিতৰত হোৱা প্লেগৰ ওপৰত নিৰ্ভৰ কৰে। (২) ব্যাটে। প্ৰথমত এটা এৰৰ গাৰপৰা আন এটা এখুৰৰ গালৈ চৰি এৰৰ মাজত বিয়ান দি পৰে। তাৰ পিছত প্লেগ ৰুগীয়া এন্দুৰৰ গত প স মাখিবোৰ উৰি আহি মানুহৰ গাত বি এন্দুৰৰ গাৰ প্লেগ ব্যাধি শাহ শালৈ আনে। | (৩) কোনো এটা মানুহৰ গাত হোৱা বিউনিক প্লেগ নিয়ে নিয়ে সংক্ৰাক মহয়; অৰ্থাৎ সেই ৰোগীক আমি কোনো সুস্থ মানুহে ছোৱা-মেলা কৰিলে হোতলৰ গালৈ সেই ব্যাধি পোন টেলি লাগায়।