পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহা, ১৮২। মিলন। 266 বিৰহী পদুৰে মাগোতে মেলানি :লি বিৰে কণা জুটিমান ঢালে, তাকে পাই নীচে চাই চাই বেলি-ফালে। উথান পতন বিভেদ মিলন, ইটিৰ পাছত সিটি, আজিৰ দুখীয়া কালি লাখপতি এৰুৱা সংসাৰ ৰীতি। মিলন মা তাই বন্ধু মানে নহয় কদাপি ভাল; সেই হে সিচিলে আমাৰ হিয়াত মিলনৰ গুটি গাল; মিলন-কৰিৰে সেই হে বান্ধিলে। ভগা ভগ। দুটি হিয়া;- নেদেখে বিশ্বৰ সৃষ্টিত একোকে মিল ভাব নাইফিয়া। নই বিল জুৰি মিলে সাগৰত সবে; জাকে জাকে খী উৰি উৰি ফুৰি গাই মুললিত ৰৱে। এথনি পৰা একেলগ লাগি খাবলৈ বিচাৰি যায়, ধুলেহীবোৰে সঙ্গ পাতি পাতি মনমোহা গত পায়। পছু তা বনে সাবট।-সবটি কৰে, পানী হ শাকে শাৰী পাতি পাতি ৰঙেৰে পানীত চৰে৷