পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩৮ বহী। [ বঝ, ম সংখ্যা। থাকে। কচুশাক, ঢেকীয়াশাক যে অসুন্দৰ আৰু অৰ্কাৰী বুলিছে। শুক আপুনি নেতাবিব , ভালকৈ ৰন্ধা কচুশাক ঢেকীয়াৰ আগা কোন অসী- মাৰ তাল মেলাগে। কিন্তু কচুশাক ঢেকীয়শাকৰ ঠাই নি এয়োজনীয় শাৰ লগত নহয়। আৰু সেইবোৰ শাকে অৰ্থাৎ কচুশাক ঢেকীয়ালাক আৰু আন কে কংকাল কৰাৰ কোনো প্ৰয়োজন নাই; ঘৰৰ চাৰিউপিনে পৰিষ্কাৰ হৈ থকা উচিত। এই বিষয়ত আমাৰ মানুহৰ ঘৰ আৰু এই দেশৰে ইউৰোপীয় কি ফিৰিঙ্গীহঁতৰ ঘৰ চালেই হাতে হাতে প্ৰমাণ পোৱা যায়। আমাৰ মানুহে কৰ আহাৰ আৰিয়েই নয়, আচাৰ ৰাখিবলৈকো পয়চা নাই কত আমাৰ হাউলি চিকুণাম, আমি দুখীয়া অসমীয় মানু আমাৰ এয়ে তাল।” কিন্তু ইউৰোপীয় কি ফিৰিঙ্গীয়ে সেই কথা। মন্ম;তোলোক চাকৰ ৰাখিবলৈ পয়চা নহলে তেওঁলোকে নিয়েই হাউশি চাফ-চিকুৰ কৰিব, আৰু চাষ যে কৰিবই ক ন আৰু চকুৰ ভূৰিকৰ কৰি তুলিব। ইকেল শিক্ষাৰ গুণত। আমি প্ৰায়ে এলেহু ওসিহঁতৰ বেছিভাগ মানুহে এলাহ কি বস্তু তাক নেজানে আমিশেও এলাহ ত্যাগ কৰিবলৈ নানান উপায় অবলন কৰে। এগুনৰ ঘৰবোৰত আৰে, আমি যা কম্পাউঞ্জ” কও সি নাই। অলপচপ মাটি ঘৰৰ আগতে গুৰু কি পিছতে হওক কোনো কোনো বই আছে। সেই অলপ- অচৰপ মাটিতে তেওঁলোকে কেনে সুন্দৰ ফুলৰ বাগিছ কৰি তোলে! ভাত আলী , বেছি চাকৰক ৰখা, বেছি ভাগ মানুহৰ জাগাত হৈ মুঠে, বৰৰ পিৰীহঁত নহলে বৰ বৈণ কি লৰা ছোৱালীহঁতেই এই কাৰ কৰে। সিহঁতে তাত একো না নেপায়। আমাৰ দেশৰ মানুহে ক মই অমুক বৰৰ লৰা মই ৰাপিছ চাষ কৰিম !, নৰা আৰু তেনে কথা!” অৰৰ আউলি, খোটালীবোৰ, পাছফাল, আগফাল যিহতে ঘন আৰু চকুৰ তৃপ্তিক হব পাৰে সেই বিষয়ে আমাৰ উৰোপয়হঁতৰপৰা বহুত শিকি লগীয়া আছে। গুৱাহাটা কি সাৰ কি আন কোনো ঠাইৰ ইংলভীসকলৰ খৰ- বোৰ আমাৰ দেশী মানুহৰ বোৰৰে তুলনা কৰক। আৰ এটি কলা চাষ, কোনো বেমাৰ-টেমাৰ হলে ইংৰাসকলৰ সৰহ ৰ নে আমাৰ? যায়ৰীৰপৰা আহি গিৰীহঁতে, তেওঁৰ দি লৰা আছে, শৰাক লৈ নিৰ !