পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলাতৰ চিঠি। গগ বাৰ ১ens sana in corpor" samo যে আমাৰ দৰকৰ সই বিষয়ে লেখিছিলোঁ। সচাকৈয়ে তাৰতবৰ্ষীয় বিান মানুহৰ শৰীৰৰ অৱস্থা দেখিলে মনত বৰ কষ্ট হয়। কেৱল যে লেখা-পঢ়া কৰিলেই আমাৰ কৰ্তব্য কী হল-এনে নহয়। লেখা-পঢ়া কৰি বি,এ,এম,এ,প্ৰতি ডাঙৰ ডাঙৰ পক্ষ। পাচ কৰা আমাৰ কৰ্তব্যৰ এফাল হে মাথোন। কৰুণাময় পৰমেশষে আমাণ এই শৰীৰ দিছে। এই শৰীৰক যদি অৱহেলা কৰে, শৰীৰক নন অত্যাচাৰ কৰি যদি কষ্ট দিওঁ, তেনেহলে তেওঁক অপমান কৰা হয়। শৰীৰক আমি কিমান অবঃ কবে! পাঠকসকলে যদি এবাৰ এই বিষয়ে ভাবে তেনেহলে তেওঁলোকে দেখি যে আমি যি কৈছে। সি খি নহয়। মনৰ উন্নতিৰ লগে-লগে আমাৰ লৰাছোৱালীবিলাকৰ শৰীৰৰ উন্নতিৰ পিনেও চোৱা উচিত। অভিভাবক আৰু শিক্ষকসকপে লৰাক পাঁচ ঘণ্টা স্থূলত পঢ়াই আৰু পুৱা গধূলি বতাহ ভালকৈ লোমাৰ নোৱাৰ। খোটালীত কিতাপ আগত খোৱাই ৰাখিলেই তেওঁলোকে নিজ ধন্য ধন্য মানিলে। আমাক ঈশ্বৰে মানুহৰূপে সৃষ্টি কৰিছে সেইদেখি আমি ভানি চিন্তি কাম কৰা উচিত। আমাৰ থকা ঠাইত, বিশেষতঃ আমাৰ সৰু সৰু ছোৱালীহঁত ধি খোটালীত থাকে কিম্বা লেখা-পঢ়া কৰে, বতাহ আৰু পোৰ ভালকৈ যাতে অহা যোৱ কৰিব পাৰে, সেই বিষয়ে আমাৰ প্ৰাণপণে য কৰা উচিত। আমাৰ যিমানৰ মনত পৰে আসাম আমি অসমীয়াৰ ঘৰত ভালকৈ বতাহ খেলোৱা আৰু পোহৰ অহা ঘৰৰ খোটামী দেখা নাই বুলিলেই হয়। জাস্ট এটা কথা নকৈ নোৱাৰিলো, কিয়নো এই বিষয়ত আমাৰ মানুহ বৰ উদাসীন,অসমীয়াৰ ঘৰৰ ওচৰত কচুশাক ঢেকীয়াশাক আৰু আন আন অপ্ৰয়োজনীয় সাপছ গছনিৰে শংখল হৈ • েমাহৰ ১৫ পিঠিৰীত ৫ aren't we having wetclied weather miss ” ঠাইত * aren't we having wretched weathe Miss-t।