পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সম্পাদকৰ চৰা। দীৰ্ঘজীৱন। যেটছনিক, নামেৰে জীৱঙ্গবৎ পণ্ডিত এজনে মান। পৰীক্ষা কৰি, দীৰ্ঘজীবন লতিৱৰ যি উপায় উলিয়াইছে, সেই বিষয়ে আমি আজি অলপ আলচ কৰিম। ১৮৪৫ খৃষ্টাব্দৰ ৰে মাহৰ ১৫ তাৰিখে ৰুকিয়াৰ হাৰকজো (Charkovo) মামে ঠাইত মেটছনিকফৰ জন্ম হয়। তেওঁৰ বাপেক এজন খেতিয়ক মানু আছিল। সৰুৰেপৰা মেটছনিকফৰ পঢ়া শুনাত বৰ মন আছিল। ১৭ বছৰ বয়সত তেওঁ ছাপোৰ বিশ্ববিদ্যালয়ত বিজ্ঞান পঢ়িবলৈ আৰম্ভ কৰে খ ১৮৬২ চনৰপৰা ১৮৬৭ চনলৈকে তাতে থাকে। তেওঁ তাত থাকে। বেই প্ৰাণিবিদ্যা ইমান মন জি শিকিছিল যে বিশ্ববিদ্যালয়ৰ গৰাকী সকলে ১৮৭ চনত তেওঁক আগেছাত (odessa) প্ৰাণিবিদ্যাৰ অধ্যাপক পাতিলে। ১৮৮৬ চনলৈকে তেওঁ সেই কামতে আছিল। সেই সময়ত চিয়াত বৰ মাউৰ হোৱা বাবে গযমেই তাৰ কাৰণ নিৰ্ধাৰিত কৰাৰ মনেৰৈ Bactriological Institute অৰ্থাৎ ৰোগ জন্মোৱা জীবাণুৰ বিষয়ে আলোচনা আৰু পৰীক্ষাৰ নিমিত্তে বিদ্যালয় স্থাপন কৰি মেটনিকফক তাৰ অধ্যক্ষ পাতিতে। জীবাণু তত্ববিদ, বিখ্যাত পকিত পাৰে (Pasteur) কৰা আবিষ্কাৰবোৰৰ কথা শুনি মেটনিকফে ফ্ৰান্সলৈ আহি পাৰে সৈতে দেখা কৰিলে। সেইজন বিখ্যাত বৈজ্ঞানিক পখিতেৰে সৈঙ্গে আলাপ কৰি তেওঁৰ ফালে গেটনিকফে ইমানকৈ ঢাল ললে, যে অভেছাৰ কাম ইস্তফা দি তেওঁ “পাৰ ইচটিটিত " সোমাই পাৰে সৈতে লগ লাগিল। তেতিয়াৰে- পৰা আৰিলৈকে তেওঁ তে আছে। ১৯০৪ চনত জেল গবৰ্ণমেন্টে তেওঁক “পান্তইচটিটিউটৰ সহকাৰী অধ্যক্ষ পাতিলে।