পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [ ১ম বছৰ ৭ম সংখ্যা

  • ৱাদ ওৰ মৰিক্ত imagination অৰ্থাং কৰুন দেখি আমাৰ এটা সাধু

মনত পৰি, সি এইখিমিতে বেও খালেও খাব পাৰে। কলিকতীয়া বাবু এজনৰ এটা বঙ্গাল ৰান্ধনি-বাৰু আছিল। এদিন জাত লোণ কম হোৱাত ৰাবৃনে বামুণক ৰাতি কলে যে আঞ্জাত লোণ কম হৈছে। বামূণে সেইকথা শুনি মনতে কিছুমান পৰ এইদৰে কৰাৰ এফালৰপৰা গপি ভাবি নিলে “মোক অঞ্জাত লোপ তাকৰকৈ দিয়া বুলিলে;-তাৰ মানে মোৰ আন্দাজ নাই; আন্দাজ নাই মানে বুদ্ধি নাই;-বুদ্ধি নাই শাৰ? বুজি নাই গৰুৰ হে; সেইদেখি বাবুৱে মোক শ বুলি গালি পাৰিলে।” এই সিদ্ধান্ত কৰি সি সোধপাই নাই যাৰুৰ মূৰত এটাঙোন লগাই দিলে। বৰুৱাৰে প্ৰবন্ধটোৰ প্ৰত্যেকটো “পেৰেগ্ৰাফ” আৰি কালি বাছি নিলে দেখা যায় যে তাৰ এটাও নিটিকে; টিকাৰ ভিতৰত যা আমি দেখিছো, তেওঁৰ “স্বনাম প্ৰসিদ্ধ পদ্মনাথ বৰুৱা। হিট। হে। | এইবোৰ যি ওওক, আমি আসামৰ বামুণীয়া আৰু আহোমীয়াসকলৰ মত নন।” খটাবলৈ কাৰবাৰ কৰিছে বুলি বৰুৱাদেৱে যি মতলব আমাৰ ওপৰত আৰোপ কৰিছে, তা আমি দোঘোৰ প্ৰতিবাদ কৰে।। এইষাৰ শকত কথা। অসংযত ভাৱে কলম চলোৱাটো যে বৰ অন্যায় কথা অযুত পদ্মনাথ বৰুৱা মহাশয়ে সেইটো জনা উচিত। ". ইমাকে কত যে আমাৰ বহীত এনেবিক তৰ্ক-বিতৰ্ক মই বি ১ম মূশি না, * কাগলৈকো নিদিওঁ; এয়ে শেই; কাৰণ, বহীৰ পত ইট। সাহিত্য & কৰি ৰখা হৈছে, মালৰ কৰিবলৈ নহয়। বৰুৱাদেৱে একেই নকৈ আমাৰ ফেশ্য ভুল বুজিছে, তাতে যদি তেওঁৰ এই প্ৰহ্মটো পাওঁ, তেন্তে সেই ভুল। এইবাৰ আৰু বাঢ়িব এই তা হে ইয়াক ছলে। সম্পাদক।