পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[১ বছৰ । নিহৰ বিৰুৰে তেওঁলোকৰ বিষয়ে আমি আজিও ভাল মন্দ একে এলচ কৰিব নাপা, এইটো | মানিৰ নোৱাৰে। নামেওৰ কথাৰ গতি দেখি আমাৰ মনত পেলাইছে যে প্ৰসংশ জৰিবলৈ নইলে আন কোনো প্ৰকাৰে কোনো বিষয়ত আহোমৰ বিষয়ে কাল কাটোগৰৰ কথা। আমি এতিয়াও "ঙ্গি গদাপাণিৰ ৰাষ্যতে আছে। হব। আগৰ সৰ্গদেওকলৰ বিচাৰ বিবেচনা আৰু মত এনে বিধ খাটো আমি কালো, কিন্তু আজিকালি ও আৰি ভাৰ হাত সাৰিব পৰা নাই সেইটো নাজানো। | “অনুমানত ধৰা বুৰঞ্জীৰ তথ্য” বৰুৱাদেৱে অগ্ৰাম কৰিছে ফক, তাত আমাৰ কবলৈ একো নাই। কিন্তু অনুমানত যৰ বুৰঞ্জীৰ তথ্য” কথাষাৰৰ আমি মানে কি এতিয়াও পোৱা নাই। সি ৰি হওক, সেই কথা আমি যি বিশেষ গাৰ বশ খাইছে।” বুলি তেওঁ কৈছে, সুখৰ বিষয় যে সেই বলত বল দিবলৈ আমি আমাৰ বুৰঞ্জীবিজ্ঞ ই, এ, গেইট চাহাষক পাইছে। আমি ধৰ্ম্মতঃ কৈছে যে “আসামৰ বামুণ আৰু আহোমৰ মাজত বহল জান বোৱাই উঠ অহা অসমীয়া জাতিৰ দুৰ্ব্বল কৰাৰ” অভিপ্ৰায় অমাৰ এতিলে। ই; লাম বুৰঞ্জীমূলক সচা কথা, আৰু যুক্তিৰে সমৰ্থন কৰা অনুমানৰ ক খাতে স্বামী প্ৰবন্ধবিলাকত লেখিছোঁ। আহোমৰ আৰু বামুণৰ আঁহ ফলা কাৰ্যত বাত যদি কোনোবাই দিছে সেইজন বৰুৱাদেৱে হে, আমি নহওঁ; কাণ, তেওঁ হে ৰাতিটোকে হাতীটো যেন দেখি আমাৰ নিৰ্দোষ আৰু পোন প্ৰবন্ধ কেইটাৰপৰা বেকা মানে উলিয়াবলৈ নথৈ চেষ্টা কৰিছে। জৱিকালি ৰামীয়া শা আৰু আচাৰ ব্যৱহাৰ নমনা বি এটা আন্দোলন

  • "The Khamtis, Phakials. Litonias, Turungs and khamj-

ags are all Shan tribes who hav, at different times, moved along the same route from the cradle of their face; but the Ahons were the only ones who did so before the conversion of the inhabitants to Budaism. The other Shan.tribes of Assam are all Budhits, which shows that they migrated at a iate date. GITS Hisy o su,