পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাই। (১ৰ বৰ, ৰ সংখ্যা "Doesn't he bat gracefully?"*"What touch" "What fine twist" ইত্যাদি ইত্যাদি। এবাৰ বেটেৰে বলটো চুৰ হে লাগে -“উগুৰী। তেওঁ সচামচিকৈয়ে আমাৰ গৌৰৱ। আপোনাসকলৰ কোনোৱে তেওঁ কলিকতালৈ আহোঁতে বোধ কৰে। দেখিছে। তেওঁ প্ৰিন্ট, ব্যাটচমেনৰ তিৰৰো তেওঁ প্ৰিনট। না এটি কথা এইখিনিতে উল্লেখযোগ্য। বিলা- তপ্ত কালি ক্ৰীকেট খেলে, কাৰকাশি ফুটবল; ইয়াত ঠিক তাৰ ওলোটা। আমাৰ লৰাই যিলাতলৈ পশে ক্ৰীকেট ফুটবলৰ বিষয়ে ইংৰাজীত বাক interest লোৱা কৰ তাক লোৱা উচিত; পাৰিলে খেলাও উচিত। ব্ৰিটিচ ৰাতিৰপৰা এইবোৰ মোৰ বিষয়ে আমাৰ বহুতো শিকিব লগীয়া আছে। শিকিব লগীয়া বুলি মনে মনে থাকিলে নহয়, আচলতে সাসচিকৈ শিকিব লাগে। ব্ৰিটি মাতিয়ে আমাৰ ৰহবধৰেপৰা (Polo) পলো শিকিছে,—সই 2olo আমি দেশীয়ই কিমান খেলেহক আৰু সিহঁতে কিমান খেলে। আমাৰ দেশত নাইকি। বহু নাই-আটাইবোৰ গাছে-গামি সেইবোৰৰ ব্যৱহাৰ ৫ নেননা। যি ৰ আমাৰ আছে নিজৰ আছে, ভাৰ সহ্যৱহাৰ ৰিক ভাল আৰু আন জাতিৰ আল বস্তুবোৰো আনি এই দেশত সুবিধা কৰি ব্যৱহাৰ কৰা উচিত। ভাৰতবৰ্ষই পৃথিবীৰ আন সত্যকাতি হি ঠিক খ্য স্থান অধিকাৰ যাতে কৰে সেই বিষয়ে আমাৰ চকু ৰখা উচিত। বৰ কাপোৰ লৈ জুইৰ ওচৰত বহি গপ মাৰিলে নচলে। কাম কৰিব লাগে। বৰি থাকিলে কাম নচলে। এই বিষয়ে আমায় তো বুঢ়া আটাইৰে চোৱা উচিত। আমাৰ আসামত ৰণজি” মনে দেশৰ মুখ উলাবলৈ না লাগে। ইংৰাজী খুলত *Sports ( ক্ৰীকেট, ফুটবল, “দৌড়াদৌড়ি” ইত্যাদি) ৰৰ প্ৰাদুৰ্ভাব। এদিন হয়তো বৰ ভাল হল, ছেউমাষ্টৰে সেই দিনা দুটা দিয়ে খেলি লিমিয়ে ছুটী। আমাৰ স্কুলত Summer Term ত এনে এল আমি বহুতো পাইছিলে। এইবোৰ কাৰণ নিষিতে ইংলীয় পৰা প্ৰায় সবুজ শৰীৰৰ হয়। এই খেলৰ সময়ত মই আতৰৰ হাৰ, আৰু লগত আকৌ যেনে শিক্ষক ছাতসকা হোৱা উচিত তেনে ভাব। হৰ বিষ আমাৰ দেশৰ শিক্ষকে লৰাৰে সৈকে খেলৰ ৰি ভালকৈ