পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহ। [১ম বছৰ, ৭ম সংখ্য ইউ” সিনেও "থেঙ্ক ইউ”। কেননা এটা কাম কৰিলেই থে ইউ”। প্ৰথমে ইয়াৰপৰা যোৱা মানুহৰ কাণত এই কথা বাজে। তা কোনো মানুহে “থেঙ্ক ইউ” “থেং ডোখৰ মুখৰপৰা দুলিয়েই, কি" কৈয়েই সাৰে। | ভাৰ “ছোটলোকৰ গাত বুজা টান। এই মাত বুটে। কালত সহজ হৈ যায়। সিহঁতৰ ভিতৰত এজন এজন লগত কথা কোৱা শুনিবলৈ বৰ “মুজা"। আণা কথা মুখৰ ভিতৰতে থাকে, তেও সিহঁতৰ বুকুত কোনো ব্যাথা নহয়। ন প্ৰধাতে আপুনি বিশাতলৈ গলে ভাবিধ ইহঁতে কি বেবেৰিবাং কিছে। আমাৰ ইয়ালৈ Soldier, Sailor থি শেণৰপৰা আহে সেই শ্ৰেণী মানুহৰ এনেকুৱা কথা। ভদ্ৰ মানুহৰ কথা বুজা তেনে টান নহয়। কোনোৱে ইমান লাহে লাহে আৰু স্পষ্টকৈ কয় যে বুজিবলৈ অলপপা কষ্ট নহ। তিৰুত। মানুহৰ কপ। মুনিহ মানুহতকৈ স্পষ্ট। ইংৰাজী শিকিবলৈ হলে তিতা মানুহেৰে সৈতে কথা কোৱা, উচিত সেইবুলি অশিক্ষিত ঠাৰ লগত আমি কপ। কবলৈ নকওঁ। আৰু এটি কথা এইখিনিতে কৈ থওঁ,-Stage, PPulpit

  1. Baiএই তিনটি style ইংৰাৰ্থী ভাষাৰ প্ৰধান শশি। সেইদেখি

থিয়েটৰলৈ, গিচ্ছাগৈ, প্ৰধান বিচাৰালয়বোৰলৈ আমি আমাৰ দেশক লাক যাবলৈ উপদেশ দিওঁ। এই শাৰ ঠাইলৈ গল্প এজন মানুহ লগঞ্জ হলেও কিছু নিশিকি নোৱাৰে। থিয়েটৰৰ বিষয়ে পাছত সময় পালে লেখিম। ইয়াৰুে এতিয়া কৈ এও, আমাৰ ইয়াৰ খৰে আৰু তাৰ থিয়েটাৰ ভিতৰত বছতো প্ৰতে। | পল বাৰৰ (অৰ্থাৎ বাগ শাহ) “বাহীত" ব্ৰাইটনৰ বিষয়ে ওলাইছিল। ব্ৰাইটনত চাবলা বখে বহুতো আছে। পীয়েৰলৈ পুৰা গধুলি যাব লাগে, ভাত বেও বাজে। কাপোৰ-কানি আড়ম্বৰ তাত বহুত,-অৱশ্যে যাৰ যাৰ পচা আহে তাৰ তৰি। যাৰ ৰূপবান নাই সাৰ বেলেগ কথা। সমুদ্ৰতীৰৰ যাটৰ ওপৰত এডোখৰ ঘাঁহ থকা ঠাই (Lawn) আছে, সেই ঠাইডোখৰৰ নাৰ Answick Laws! এই Lawn দেওবাৰে পুৱা গিৰ্জাৰ পাত ১২ ৰান বাত, গেটই পুৱাটোৱেই একৰকৰ চাবলৈ গলে, কপোৰ-কানিৰ ধুম বলগী। সূৰ্যৰ তাপ চা দুহি (Supshade) বৰণৰ কি খুন! সেই