পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তত ইংৰাজী ফুলৰপৰা পথ পাৰি। তাৰ ইংৰাগী স্কুত পঢ়া এটা বৰ আমি যেতিয়া প্ৰথমে বিলাতলৈ যাওঁ তেতিয়া আমাৰ বয়স পোজ খ আলি। দুবছৰমান লণ্ডনৰপৰা ত্ৰিশ মাইল দূৰৰ চেলেফৰ্ড (Chelm ford) বুলি এখন ই স্কুলত আছিলো। হ এঘাৰমান বছৰই আমি সেই ভুললৈ যোৱখলে আমাৰ শিক্ষাৰ আৰু উন্নতি হলহেঁতেন। যিখিনি কাল সেই স্থূলত আছিলোঁ। সেইখিনি কালত বহুতো শিক্ষা জামাৰ হৈছিল। - এঘাৰ বছৰত যেনেকৈ নতুন এটা বস্তু শিকা যায় বয়স বেছি হলে তেনে কৈ নোয়। তা গৈ দেখিলে যে বাৰ্ড ফৰ্থ ফৰ্মৰ (অৰ্থাৎ শাৰ যন্ত পঞ্চম শ্ৰেণী) লৰাই Chemistry. Playsics, পঢ়ে। ইংৰাজী কিতাপ প্ৰায় একে, অঙ্ক আমাৰ ইয়াৰ দৰেই। সেইদেখি যেতিয়া সেই ইস্কুলৰ ছিকথ যমত (আটাইতকৈ ওখ প্ৰেণীত, এই পৰক আমাৰ প্ৰথম শ্ৰেণী, ভৰ্তি হলে, কিয়নো, তলৰ ক্লাচত ভ িবষৰ নিমিত্তে হব খুজিছিলো। হেড মাষ্টৰ আমাফ স্থাৰতবৰ্ষীয় লৰা দেখি সেই শ্ৰেণীত তৰি কৰাই দিলে তেতিয়া আমি উবল পৰিশ্ৰম কৰি নতুন নতুন বিষয় শিকিব লগীয়াত পৰিলে,-যেনে লেটিন ফ্ৰেঞ্চ, মিফেনিক্স, ইত্যাদি। সৰুতে যোৱা হলে এইবোৰ বিষয় আমাৰ টান নেলাগিলহেঁতেন। সেইদেখি আমি কওঁ তুলত দিব লাগিলে চৰাক দই এঘাৰ বাৰ বছৰমানত পঠাব লাগে; তেতিয়াহতে লৰাই তাৰ নিয়মে ৰূপে শিক্ষা পাব পাৰে। ইংলগীয় বতৰৰ কথা আমি আগেয়ে অলপ উনুকিয়াইছে॥ ইংলও শহৰ এটি গতাধ পদাৰ্থ। এদিনতে নানান ৰকৰ বতৰৰ নমুনা পোৱা বা। সেই দেশৰ মানুহে দেখা হলেই বতৰৰ কথা কই ক; যেনে,"Fius ." "wretched day," "rather cold for the year." "glorious Weather," "Quite seasonable," "rather warm tutiti এই বতৰ বিষয়ে দিনে যে বিধান আলোচনা আৰু কথা বতৰা হয় তাৰ লে শেষ নাই। আপুনি এখন তোমলৈ সোমাই হয়তো তা পেনীৰ কাগজ ফিনিব, কিন্তু দোকানদাৰ কি দোকানীয়ে হু হলেই, আপোনাৰে শৈখে, যা বাধিত্ব পাৰে, ৰ কথা কই কৰ। তাৰ পাছতো তাৰ day.