পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(#3 >>] বিলাতৰ চিঠি। ৭ মোৰ ওপাঠাই আমোৰ অসমী আই। চাই লওঁ তোমাৰ যখনি এবাৰ, হেঁপাহ শোৰ পলোৱা নাই। ৭ মোৰ আপোনা সে! এ মোৰ সুকীয়া দেশ। তা তা, তা তা, তা তা তা, বা ভা ভা, না তা ভা, মৰ বিলাতৰ চিঠি। এই চিঠিবোৰ লেশি থাষ্টোতেই Inns of Courtৰ নিয়ম অপ বলিছে। আগৈয়ে Inns of courৰ কথা লেখিছিলোঁ। সেটসেখি আমি এই নতুন নিয়মৰ কথা অলপ কৈ থওঁ। এই নতুন নিয়ম অলপতে আৰম্ভ হয়। পুৰণি নিয়ম অনুসাৰে এষ্টেট পৰীক্ষাত উত্তীৰ্ণ হৈয়েই Innত ভৰ্তি হব পৰা গৈছিল। এই নতুন নিয়ম অনুসাৰে ভাৰতীয় বিশ্ববিদ্যালয় এটি।

  • গ্ৰেজুৱে নহলে Invত ভৰ্তি হব নোৱাৰি, নহলে লণ্ডনৰ “মে ট্ৰকিউ-

লেচন” অথবা আন কোনো এনে এটা পৰীক্ষা দি হে ভৰ্তি হব পৰা যায়। সেইদেখি ইয়াৰপৰা বি এ পৰীক্ষাত উত্তী হৈ হে এতিয়া আমাৰ লৰাৰোৰ ইংলণ্ডলৈ যোৱা উচিত। ইয়াৰপৰা যিমান দূৰ পৰা যায় শিকি পঢ়ি হে মুৰোপলৈ যোৱা উচিত,-লৰা ৰোই লৈকে ৰাওক কি কান কোনো ব্যৱস্থাকে শিকিবলৈ যাওক। যদি এলে কোনো ৰূপবান একা মানুহ আহে যি অতি সৰুতে শাক পঠাব পাৰে, তেনেহলে তেওঁক আমি শাক্ত এলাৰ বাৰ বন বয়ত পাবলৈ কওঁ। তেতিয়া হবে না