পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহামহোপাধ্যায় চন্দ্ৰকান্ত তৰ্কালঙ্কাৰ। ১৮৩৫ খৃষ্টাব্দ অবোণ মাহত এমনসিং যিমাৰ গেপুৰ নামে শায় চকন্তু তৰ্কালঙৰে জন্মগ্ৰহণ কৰে। তেওঁৰ বাপেক ৰাধাকান্ত তৰ্কবাগীশ এন ধাৰ্মিক আৰু নৈষ্টিক বায়ু আৰু নিজগুণে বিখ্যাত অধ্যাপক পক্তি আছিল। তেওঁ সমাজৰ ওপৰত নিৰ প্ৰতিপত্তি ৰাখি সদায় সমাজৰ গুৰিয়াল হৈ চলিছিল, আৰু গুৰিৰেপৰা সংস্কৃত শিক্ষাৰ বৰ পক্ষপাতী আছিল। সেইদেখি তেওঁ তেওঁৰ পুতেক চন্দ্ৰকান্ত সৰুতে গাৱলীয়া পঢ়াশালিত পঢ়য়াই আঁতাই তেওঁৰ নিজৰ টোলত সংস্কৃত পঢ়িবলৈ লগায়। চন্দ্ৰকান্ত তৰ্কলাৰ সৰুৰেপৰা বৰ বুদ্ধিমান, বিনয়ী, শান্ত আৰু শিক্ষাৰাণী লৰা আছিল। ১৮ বছৰ বয়সতে তেওঁ বাপেকৰ আদেশত বাপেকৰ টোলত সংস্কৃত পঢ়িবলৈ ধৰে। তেওঁ প্ৰখৰ বুদ্ধি আৰু ধৈৰ্যৰ ফলত অতি অলপ দিনৰ ভিতৰতে বাপেকৰ টোলত ব্যাকৰণ আৰু অলঙ্কাৰ শাস্ত্ৰ পঢ়ি উঠে, কাষ্য আৰু প্ৰতিৰো বহুত পঢ়ি আশাতীত শিক্ষা লাভ কৰে। বাপেকৰ টোলত পঢ়ি উঠি বিক্ৰমপুৰত অগাধ বিদ্বান জাক জগৎবিখ্যাত স্মৃতিশাস্ত্ৰৰ পণ্ডিত দীননাথ পঞ্চাননৰ তলত তেওঁ স্বতি পঢ়েগৈ। তাত তেওঁৰ লগৰীয়া ছাতৰবোৰে তেওঁতকৈ বহুত দিনৰ আগৰপৰা লাগিও বি পুথিবোৰ এবাৰো লুটিয়াব পৰা নাছিল, সেইবোৰ পুথি, চন্দ্ৰকান্তই অলপ দিনৰ ভিতৰতে খৰচি মাৰি পঢ়ি তেওঁৰ চোকা বুদ্ধি চিনাকি দিছিল। টোলৰ অধ্যাপক সকলে তেওঁৰ এনে চোকা বুজিৰ চিনাকি পাই তেওঁৰ বাপেক ৰাধাকান্ত তৰ্কবাগীশক কৈছিল আপোনাৰ পুতেক চন্দ্ৰকান্ত প্ৰগাঢ় অধ্যৱসায়, একাগ্ৰতা আৰু বুদ্ধি চিনাকি পাই আমি তখং মানিছে। আপুনি কাক নবীপত ভালকৈ সংস্কৃত পঢ়িবলৈ পঠিয়াই দিয়ক। ভাল শিক্ষা পাশে আগলৈ চত্ৰকা এমন জগৎবিখ্যাত ডাঙৰ পণ্ডিত হৈ উঠিব।” টোলৰ অধ্যপকৰ মুখে পুতেকৰ এনে গুণ কীৰ্ত্তন শুনি ৰাধাকা ছকবাগীশ বৰ সুখী হল, আৰু চত্ৰকাৰক নবীপলৈ পঠিয়াই ৰিলে। সেই সময়ত মাখৰচ তৰ্কসি, ব্ৰজনাথ বিদ্যা, হৰিাস শিৰোমণি, এন তৰ্কবাগীশ আদি ভাৰ আৰু লগাব পণ্ডিতসকলে তেওঁবিলাক