পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঁহী। [ যায়, ম সংখ্যা কাৰ, আন গমেক কাৰণৰ ভিতৰত এইটোও যে সেইবোৰ ঠাই বেগতে তপত আৰু চেচা হয়। মহীশুৰৰ পৰ্বতীয়া অৰ সেইদেখি মাৰ্চ এপ্ৰিল মেই জুন মাহত হয়। যি লোকৰ স্বাস্থ্য ভাল নহয়, আৰু শৰীৰৰ ওপৰত হঠাৎ পৰিবৰ্তনশীল পল বায়ুৰ প্ৰভাৱ ৰোধ কৰিবৰ ক্ষমতা কম, তেনে লোকেই মেলেৰিয়াত পৰে। যি বৰ ৰ আৰু ৰামৰ প্ৰভাৱত নিজক পেলায়, আৰু সেইদৰেই বৰ জাৰ আৰু কোকা বায়ুতো, তেওঁৰ মেলেৰিয়া, একৈয়া, বা ছোমশ্বৰ নেৰা- নেপেৰা আ হৰৰ সম্ভৱ। যি পাত কাপোৰৰ, পেটত আৰৰ আৰু থাকিবলৈ ঘৰৰ দুখত পৰে সি মেলেৰিয়া ৰোগৰ গৰাহত নপৰাকৈ থকাটো টান। মেলেৰিয়াত পৰা লোকনে সহকাই তাৰ হাত সাৰিব নোৱাৰে। আগয়ে এবাৰ খাৰ একৈয়া বা ঘোমজ বা কঁপনি-অৰ হৈছিল, তেওঁ সাৱধানে মাথাকিলে আকৌ তেনেকুৱা অৰৰ হাতত পৰিবৰ খুব সম্ভৱ। , ৰাতি ঘৰৰ ভিতৰত জুই খৰি ৰাখিলে মেলেৰিয়াৰ বীজ নষ্ট হয় বুলি কৰ। ঘৰৰ ওচৰত (অৱশ্যে সৰহকৈ নহয়। গছ-গছনি থাকিলে হেনো সেইবোৰে সূৰ্যৰ উত্তাপ লৰালৰিকৈ ৰিকীৰণ হবলৈ নিদি মেলেৰিয়াৰ বিপক্ষচৰণ কৰে। মেলেৰিয়াক এটা বিষাক্ত বস্তু বুলি ধৰিলে, সি যে চাৰিউকালে বিয়পি পৰে সেইটো অনায়াসে বুজিব পাৰি। সাধাৰণত মাটিৰপৰা কেইহমান ওৰফে হে সেই বিষাক্ত পদাৰ্থটো উঠি খায়, বৰ ও ঠাইলৈ মাথায়। সেইদেখি -মহলা তিনি-যহলা ঘৰৰ ওপৰত থকা লোকক মেলেৰিয়াই ৰাটো কম। মেকা ৰাটি ছাপৰপৰা আৰু গেলা পচা গাছ-পা -খেৰপৰা ওলোৱা বিষাক্ত সাপেই মেলেৰিয়াৰ কাৰণ বুলি অনেক কালৰপৰা চলি অহা বিস। কোনো কোনোৱে আৰু এটা কাৰণ নিৰ্দেশ কৰে, যে বেহি চেচা আৰু ৰো অৱস্থাত পৰি কোনো মানুহৰ শৰীৰৰপৰা বেই সৰহকৈ উত্তাপ ওলাই গলে তেওঁৰ কঁপনি অব বা একৈয়া-অ বা মে-