পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহাগ ১৮১] গাৱলিয়া মানুহৰ প্ৰতি এটি উপদেশ। তাত বহোঁতেও পচা দি বহিব লাগিব; যেত পয়দা দিব নেলাগে। ব্ৰাইটনৰ লগালগি এখন ঠাই Hove, সিও ব্ৰাইটন; তাক West Brighton তোলে। এই যেনে কলিতা গাম বজাৰ, কি কলিকতা ভৱানী- পুৰ। ব্ৰাইটনৰপৰা চাৰি মাইল দূৰত Rotting dene বুলি এখন ঠাই আছে। ইয়াত বিখ্যাত চিত্ৰকৰ শৰ্থ জোন আৰু লেখক ছিয়াৰ্ড কিপলিঙৰ ঘৰ আছে। আচল ব্ৰাইটনত কৈ পশ্চিম ব্ৰাইটন নিন দেখি হোত অথবা পশ্চিম ব্ৰাইটন গৰহ মানুহ থাকিবলৈ চেষ্টা কৰে। যেনে দেখা গৈছে এনে মনত হব পাৰে যেই শ তিনি শ দু পাছে ব্ৰিটেনৰ চাৰিউকালে সমুদ্ৰতীৰবোৰ বাৰেৰে পৰিপুৰ্ণ হৈ যাব। ইমাম শোন- কালে ইয়াত চাৰিউফলে বৰ তৈয়াৰী হবলৈ ধৰিছে,ৰে সমুদ্ৰতীৰৰ প্ৰকৃতি শাত মানুহৰ ঘৰে নথকা কৰিব৷ ই অৱশ্যে আমাৰ নিজৰ কল্পনা। আমি পোৰ বহুৰ আগৈয়ে ইংলণ্ডলৈ যেতিয়া আহে তাতকৈ ইংলণ্ডত বলে সহ যেন এতিয়া লাগে। জ্ঞানদাভিৰাম বৰুৱা। I গাৱলীয়া মানুহৰ প্ৰতি এটি উপদেশ মাক বাপেক শৰা ছোৱালী আদি আপোন মানুহ লৈ এৰু পৰিয়াল হয়। সেইবিলাক বাচি গৈ বেলেগ ধৰ বাৰী কৰি থাকিলে এচুবুৰি হয়। এইদৰে বহুত বৰ মানুহ গোট খাই গলনে বিপদ বুথ কৰি থাকিলে গীও পতা হয়। গাৱৰ মানুহৰ যিমান মিলা প্ৰীতি থাকে সিমান সেই গাঁৱৰ মল আৰু বুৰু ডাঠ; কোলে শত্ৰুৱে আঙ্গুলি টোৱাৰলৈ সাহ নকৰে। কিন্তু দুখৰ কথা এই যে মই বৰ ৰোলাবলৈ বিচাৰি আৰু পৰছি খুচৰি গাৱত খিয়- লাৰিদি দিনক দিনে বাঢ়িব লাগিছে। কেননা সবাই বিয়া মোদি উৎসৱ হলে সকলোৱে দেখাশুনাকৈ ৰাইমেলি নেহানেহি বাক যৰি তেনে আনন্দৰ দিনত ৰাদ কুৰা উজাৰি নেৰ মনত ৰেখাৰ লগাই হাই- উৰি হে ফা। গাৱত যিজন খামী শধিবেচক লোক, তেওঁক বৰমূৰীয়া পাখি সকলোৱে তেওঁৰ পৰামৰ্শমতে কাৰ্য্য কৰিলে গাঁও একঠীয়া আৰু