পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৪ বাঁহী। (১ম ৰহৰ সংখ্যা আছে। ব্ৰাইটনলৈ গলে এৰাৰ অজঃ এই Paviliouৰ ভিতৰৰ চাৰি ফালে ভুমুকি মাৰি উচিত। আৰু এটি কথা। ইলেও ভাল ভাঙৰ মানুহৰ ( আমাৰ দেশৰে আজি কালি তথৈবচ) পায়ে ৰাহৰ বেমাৰ আছে। তেতিয়াও আছিল। ব্ৰাইটনত সেইখিনি সময়ত এজন ভাৰতবৰ্ষীয় মুছলমান আছিল। তেওঁ ৰোগীৰ গ পিটিকি নৰিয়া ভাল কৰিছিল। তেৱে। ব্ৰাইটনক “ফেশনেবোল" কৰাৰ এটি কাৰণ। আমি ভাৰতবৰ্ষীয়; সেইদেখি যেতিয়া আমি এই বিষয় জানিব পৰিলে। তেতিয়া আমাৰ বৰ অনিন্দ হৈছিল। ভাৰতবৰ্ষৰ পৰা মানুহ তেতিয়াও ইংললৈ আহিছিল, আজিকালি তো আৰু অহা উচিত। যি মানুহ ইংলণ্ডলৈ আহে তেওঁৰ কেৱল লওনতে বহি থকা অৱটিত, আম ঠাইও চোৱা ভাল। ব্ৰাইটন ওচৰতে সেইদেখি ব্ৰাইটনৰ কথা কেষাৰমান কৈছে। ইয়াৰ ফল বায়ু ভাল, সেইদেখি এই ঠাইক Dr. Brighton বুলিও তে। | সমুদ্ৰৰ তীৰ ডোখৰ বন্ধোৱা। তাত মানুহে অনবৰত থোজ কাঢ়িবই শাসিছে। ইয়াহু দুখন Pier আছে, এখনৰ নাম West Pier আৰু আন খনৰ নাম Palace fier। গঞ্জাম গোপালপুৰত এমাহমান আমি আছিলে। আপুনি জান। তাতে আমি ভগ। হওক চিপা হওক এখন পিয়ে দেখি ছিলো। আমাৰ আলামৰ মানুহে পিয়েৰ (Pier) কি বুদা অলপ টন হেন পাওঁ। সমুদ্ৰতীৰপৰা দলঙৰ দৰে কাঠ আৰু লোৰে তৈয়াৰ কৰা এটি বন্তু—এই ধৰক হাওড়াৰ পুনৰ সমান দীঘল। অৱশ্যে সকলে। পিয়েৰৰ দীঘল একে নহয়,কোনোখন ডাঙৰ কোনোখন সৰু। এই ৮ies বোৰৰ মূৰত, সমুদ্ৰৰ পানীৰ ওপৰত প্ৰায়ে এটা বৰ থাকে, সেই ঘৰটোকে Pavilion বোলা হয়। এই প্যাভিলিয়মত গান বাজনা, থিয়েটৰ কি আন ৰকম আমোক প্ৰমোণ হয়। Pier সোমাতেও পচা দি সোমাব লাগে আৰু পিয়ে মূৰত থকা প্যাভিলিয়নবোৰত সোমাতে আকৌ পা দি সোমাব লাগে,অৰ্থাৎ ইংলণ্ডত সচাকৈয়ে উঠেতে পয়া বহেঁতে পয়সা। সধুত্ৰৰ ভীৰৰ বজোৱা বাটত ডেক মাফিয়া কি আম মাচিয়া সজোৱা আছে,