পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ন্যাৰজনৰু বাক্য, ৭ পিঠিত পোহানী শীল খাতেই গা ১৯ পিঠিত টেটোৰ তেনে ৰিধৰ “বাপেকে” কথাৰ ব্যৱহাৰেই আমাৰ কথাৰ না। পঞ্চৰ অঞ্চ প্ৰথম শৰ্ভাৱেৰে নাটকৰ যি শামৰণি মৰা হৈছে, সেই সামৰণি কলিকতাৰ ষ্টাৰ থিয়ৰত ৰা কহিনুৰ থিয়েটৰ গিৰীশ বোধ বঅমৰ সৰ নাটকৰ সামৰণি যদি ৰাৰেগুটিকাল হৈয়েই থাকিলহেঁতেন, আৰু সি সুৰসুৰকৈ আসামৰ টেটোৰ বোকোচাত উঠিবলৈ গ'লহেঁতেন তেনেহলে আমি পৰম সন্তোষ পালোঁহেতেন। সাদৰী। শ্ৰীযুত ৰঘুনাথ চৌধুৰী ৰচিত। এই কিপাপখনিৰ ভিতৰত ২১ টি কবিতা আছে। কবিতাবিলাকত ভাবৰ মাধুৰ্য্য আৰু ভাৰাৰ লালিত্য আছে। সাৰ পঢ়ি আশি সন্তোষ পাইছে। সাদৰীৰ লেখকৰপৰা আমি নন-কৈ আৰু কবিতা পুথি পাবৰ আশা কৰিলো। | বিলাতৰ চিঠি। ব্ৰাইটন লণ্ডনৰপৰা • মাইলমান দুৰ। ইয়াক Queen of seaside resort বুলি কয়। লনৰ ওচৰত এই ঠায়ে সমুহী ঠাইৰ ভিতৰত প্ৰধান। খ্ৰীটন খীপ দেখি সমূত্ৰতীৰৰ ঠাইৰ অন্ত নাই। তাৰ ষ্ঠিত নাম-পা ঠাইও বঞ্চ। এই না-বলা ঠাইৰ ভিতৰত ব্ৰাইটনক কোনোৱে সৰ্বপ্ৰধান ঠাই ফেলে। কোনোৱে এই ঠাইৰ আকাৰ দেখি ইয়াৰ London by the sea বুলিও অলপ বিক্ৰপ কৰি কয়। মানুহে সমুদ্ৰ তীবলৈ যেতিয়া যায় তেতিয়াফ্যান বাৰ সিমান নাখায় অৰ্থাৎ কাপোৰ। পিনে তেওঁ সিমান চকু মেখে; কিন্তু ব্ৰাইটনত এনে নহয়। লণ্ডনত যেনে পৰিপাঠীৰূপে কাপোৰ-কানি পিঙ্কি লাগে ব্ৰাইটনতো তেনেকৈ মানুহে পিন্ধে। লমলৈ যি মানুষ আছে ব্ৰাইটমলৈ অঞ্চত এদিনৰ মিশিতে ওঁ যোৱা উচিত। ইয়া গোড়ীত যোৱৰ বৰ সুবিধা। এনে সুবিধা ও মানুহে