পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহাগ, ১৮৩২} মেচি । ৫ অৰ্থনীতি ( Economic History of British India) নামেৰে এখন কিতাপ লিখে। ইয়াত পলাশ যুদ্ধৰপৰা আৰম্ভ কৰি আজিলৈকে ভাৰতীয় এজাৰ অৱস্থা আৰু ভাৰতত ইংৰাজ লনৰ ফল দেখুৱা হৈছে। তে জীৱনৰ অধিকাংশ ভাগ ইংৰা ধানৰ তু কটাই যুৰাগ ৰাজ্যত সোমাল। বৰোদাৰ বৰ্তমান এইৱাবৰ চকু তেওঁৰ কাৰ্যকলাপত বহু দিনৰেপৰা পৰিছিল। ইকুৱাৰে ৰমেশক নি বা উন্নতি বিধানৰ নিমিত্তে নিমন্ত্ৰণ কৰিলে আৰু তেওঁ ৰজাৰ মন্ত্ৰী-পদত নিৰু হল। তেওঁ তাত ৰাজৰু সম্বন্ধীয় সকলো বিষয়তে উতি কৰিবলৈ লাগিল। ৰমেশচৰ বিশেষ পৰিশ্ৰমৰ ফলস্বৰূপ ৰৰেদাৰ শ্ৰমজীবি প্ৰবিলাকৰ উন্নতিয়ে দেখা দিতে। শিক্ষা, বাণিজ্য, কৃষি সকলো বিষয়তে মেশৰ পৰবৰ্শিতা ফুটি উঠিল। তেওঁ বৰদাৰ শাসন আৰু বিচাৰ বিভাগ বেলেগ কৰি দিলে। ইয়াৰপৰা বোদা বাল্যৰ সুখ সমৃদ্ধি দিনে দিনে বাঢ়িবলৈ ধৰিলে। বৰোৰা ৰাজ্যৰ উন্নতিকল্পে তেওঁ স্বায়ত্বশাসন প্ৰণালী (Self-Government) স্থাপন কৰে। প্ৰত্যেক গাওঁকে তা নিজ শাসন ক্ষমতা দিলে। প্ৰত্যেক গাৱৰীয়া সমা- জৰপৰা সমজুৱা নিৰ্বাচন কৰি প্ৰত্যেক তালুক বোডলৈ পঠিয়াৰ নিয়ম কৰিলে আৰু প্ৰত্যেক তালুক বোৰ্ড মেম্বৰ নিৰ্বাচন কৰি জিলা বোৰ্ডলৈ পঠিয়াবৰ ভৰি দিলে। স্থানীয় কৰৰ দ্বাৰা নিজ নিজ গাওঁ, তালুক আৰু জিলাৰ সদস্থানৰ ভাৰ মেম্বৰবিলাকৰ হাতত দিলে। বৰো ৰাজ্যত ভাৰতু এই পুৰণি নিঘুণ শাসননীতি তেওঁ পুনঃস্থাপন কৰিলে। যেতিয়া ১৯ চনত ৰমেশচই কি দিনৰ নিমিতে বিদায় নয়, তেতিয়া খোদাৰ জোকুলে হলফুল লগাই দিছিল আৰু তেওঁক “দৰিকাদো" বুলি সন্ধোধন কৰিছিল। ইয়াৰ পিছত তেওঁ কিছুদিন কলিকতাত থাকোতে "ডিচেষ্টলাইছেন কমিচনত সভ্য নিযুক্ত হয়। এই কমিচনতে তেওঁ সুখ্যাতি সৈতে কাষ কৰি ইংৰাজ গমেন্ট শলাগৰ পাত্ৰ হল। | ইয়াৰ পিছত তেওঁ ভাৰত চেক্ৰেটীলৰ্ড মণী আৰু অন্যান্য যেৰে সৈতে লগ লাগি বৰ্তমান ভাৰ-শাসন সংস্কাৰত (Reform Scheme) নিযুক্ত হল। হয়তো তেওঁৰ ৰাজনীতিপূৰ্ণ বিবেচনা, ভাৰতৰ গুৰিষ্যৎ এলাকা।