পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰমেশচন্দ্ৰ দত্ত। উমৈশ শতিকাৰ মা ছোৱাত ভাৰতত কেইবাজনো মহাপুৰুষে অল্প গ্ৰহণ কৰে। কুৰি শতিকাৰ আদিতে এইসকলৰ কেইখনমান কালত কালৰ কৱলত পৰা ভাৰতৰ ভাগ্য-বি কেলৈ কলা ডাৱৰে ঢাকি পেলাইছে। ৰি কেইজন মাৰ গল ৰমেশচন্দ্ৰ দত্ত তেওঁলোকৰ ভিতৰত একন। এওঁৰ জীৱন বা পৰিশ্ৰমৰ, অদম্য উৎসাহৰৰ আৰু নেতা- নেপেৰা যুক্তৰ সমষ্টি। এওঁ কণিকা মহানগৰীৰ প্ৰলি ক্ষত পৰিবাৰত ১৮৪৮ চনৰ আগষ্ট আহৰ ১৩ তাৰিখে গ গ্ৰহণ কৰে। এওঁৰ গীয় প্ৰপিতামহ নীলমণি দত্ত ফাই, ওৱাৰেণ হেষ্টিংচ প্ৰভৃতি ভাৰতত বৃটিচ ৰাজ্য স্থাপন কৰোতাসকলৰ দিনত এজন লেখৰ মানুহ আহিল। এই বংশতেই স্বৰ্গীয় সময় গয়ে জন্ম গ্ৰহণ কৰে; তেওঁৱেই সংস্কৃত কলেজ প্ৰথম প্ৰধান অধ্যাপক। মেশচন্দ্ৰৰ বাপেক স্বৰ্গীয় ঈশানচন্দ্ৰ দই বঙ্গদেশৰ বহু জিলাত ডিপুট কলেক্টৰ ৰূপে কাম কৰিছিল। সেই সময়ত ৰেল জাহাজৰ কোনো বন্ধ বত নথকাত ৰমেশচই বাপেকৰ লগে লগে ঘুৰি ফুৰোঁতে বঙ্গৰেশৰ নানা ঠাইৰ জ্ঞান সৰু কালতেই আৰ্জিবলৈ সুযোগ পাইছিল। ইইজিয়া কোম্পানীৰ তৰত শাসন, ১৮৫৮ চনৰ মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণা পত্ৰ, লঃ ডেলহোচীৰ প্ৰত্যাগমন লৰ্ড ক্যানিঙৰ আগমন প্ৰভৃতি প্ৰসিদ্ধ ঘটনা- বোৰৰ বিৱৰণ তেওঁ মানুহৰ আগত কৈ সুখ পাইছিল। ৰমেশৰ অতি কম বয়সতে বাপেক মাক ঢুকায়। এই সময়ুত তেওঁৰ দায়েক শশচন্দ্ৰ তেওঁৰ অতিতাবৰূপে নিযুক্ত হয়। তেওঁৰ স্বাৱধানত থাকি ৰমেই ১৮৬৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৮৬৬ চনৰ এফ, এ পৰীক্ষাত গভীয় স্থান অধিকাৰ কৰে। ইয়াৰ পিছত ৰনেশ্চই আন ফুলন বঙ্গীয় ডেকাৰে গলাগি ১৮৩৬ চনৰ ৩ মাৰ্চ তাৰিখে বিলাতলৈ যাত্ৰা কৰে। এই দুইজনৰ এজন দেশপু