পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বগ, ১৮। [ষষ্ঠ সংখ্যা কবিতা। শোক সঙ্গীত শিটি, বোৰৰ। আঙুৰ হুমুনিয়া, লোক চক্ষু। বিষাদৰ কলা ৰে, তৃষ্ণ তৃষিত। বিধৱাৰ বুকু-টা যন্ত্ৰণা কাতৰ। ছায়াময় পুণৰ সি ক্ষন্তেকীয়া হাঁহি। মুভি বিলাই যোৱা গোলাপৰ পাহি। বিজুলীৰ চকাকা নিষিৰ পোৰ। কোন কোমল কান্তি, পানীৰ লৰ। খণৰ অহমা সিটি উৰি " পায়। বাহী জীৱন সি যে ভাল “কুউৱায়।" ৰণীৰ কমনীয় মাধুৰী মধুৰ। আধা-ফুটা জামাত সৰগ শিত। লাজেৰে তিওৱা মু লুবী কাপহী। নিয়ৰত গা খোৱা সেউতী সি খান। নামাত কেতকী সোণাৱালি ৰেণু। বাম মতলীয়া ফকীয়াৰ ৰে। এফতি কামনাৰ সৌন্দৰ্য্য এঞ্জি। কবিতা কল্পনাময়ী কবিৰ বাতি। লক্ষ্মীনাথ বেজবৰুৱা।