পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [ম বছৰ, ৰ সংখ্যা must be feeling very tired after your long journey-do have another cup of tea,” এইদৰে এনে এজনক কোৱা প্ৰায়ে শুনা যা। ইংলীয় মানুহ অতি গুৰ। যি মানুহৰ বিকাল ইশশীয় মানুই বেয়া বুলি, তেওঁৰ সেই বিশ্বাস ভুল। আমাৰ দেশত থকা কোনো কোনো ইংলীয় পটলীয় আয়শীয় মানুহৰ ব্যৱহাৰত যদি এনে বিশ্বাস হৈ থাকে তেনেহলে সি অন্যায়। আমাৰ দেশৰ যি মানুহে এনে ভাবে, বৃটেনলৈ তেওঁৰ তো হা নিতান্ত উচিত; তেনেহলে তেওঁৰ ভুল গুচিব। বৃটিচ তি ইংলণ্ডত কেনে, চাই গলেছি, তেওঁলোকৰ প্ৰতি মম শ্ৰদ্ধা আমাৰ দেশৰ মানুহৰ নিশ্চয় ব্যাবি। প্ৰজ্ঞানহৰাম বৰুৱা। গোলাপৰ পত্নীব্ৰত। একইশ বছৰীয়া ডেকা গোলাপ ঘৰৰ বৰ দুৰৱস্থাৰ বাবে পঢ়া শুনা এৰি দিকিলিকতাৰপৰা গুচি আহিব লগীয়াত পৰিল। তেওঁৰ মাক আৰু বাৰী বায়েকৰ বাহিৰে কেও নাই। তেওঁ ঘৰলৈ আহি মাইনৰ স্কুলৰ হেড মাষ্টৰৰ কামত সোমাল। | কিছুম্বিন কাম কৰাৰ পাছতে গোলাপে বিয়া কৰালে। গিৰিয়েকৰ ঘৰলৈ আহিবৰ সময়ত পদ্মাৱতীৰ বয়স বাৰ বছৰ। তেতিয়ালৈকে স্বামী কি বত পদমে নেজানিছিল। কলিকতীয়া ডেকা গোৰাপ কম বয়সত বিয়া কৰাৰ বৰ বিৰোধী আছিল। তথাপি তেওঁ মাক আৰু বুয়েকৰ নেৰানেপেৰা আগ্ৰহ এৰাব নোৱাৰি বিয়া কৰিবলৈ মান্তি হল। বোধৰে। সেই কাৰণেই ন-বৈণী ঘৰলৈ নাৰ পাত দুৰাহৰাললৈ যিমান পাৰিলে ঘৈণীয়ে- কৰপৰা আঁতৰে অৰে তেওঁ ফুৰিবলৈ ধৰিলে। কি তেনেকৈ আৰু কিমান জিমতে থাকি। লাহে লাহে গোলাৰ, সেই বৰ ৰহৰীয়া ৰণিৰে চকা একণমান ছোৱালীৰ ফালে যান ঢাল খালে আৰু তেতিয়াহৈ তেওঁ বুলিলে