পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৪ বাহী। সে হ ম সংখ্যা এ পাছ নকৰি যে কাকে আহিবলৈ মই কোৱা নাই এনে নহয়। সেইদৰে uৰ কৰৰ মানে এইটো হে যে বিমান সৰহকৈ লেখা পড়া শিকি আৰ শশা ইয়ালৈ অহা যায়, বিমান ভাল। ২ পল ৰাৰ কথা। কয়শিয়াল মানুহ যেতিয়াই পাৰে তেতিয়াই অহা উচিত। দেশত ট-গাড়ী নিকিমি কলিকতাৰ ডাঙৰ ডাঙৰ দোকানত বাৰে বৰবেৰি নিকিনি, পাটৰ “পাবী" চোলা, ফিক্ষিৰীয়া পাতা চুৰিয়া, নানা ৰঙৰ চাদৰ নিপিন্ধি, অমুক গান বিৰীৰ নাচ, অমুকী বাইজীৰ নাচ চাই পৈতৃক জমিৰীৰ কিয়া আন পৈতৃক সম্পত্তিৰ শ্ৰাদ্ধ নকৰি যদি আমাৰ আমাৰ মানেই কেল আসামৰে কোৱা নাই. ভাৰত গোটেইখনৰ কথা কৈছে৷ দেশৰ ধনী মানুহে দেশ ভ্ৰমণ কৰে, তেনেহলে সেই টকাৰ কিঞ্চিৎ ব্যৱহাৰ হয়। সি যি হওক, ভাৰতৰ ভালেমান ঠাইৰপৰা ইংলণ্ডত এনে মানুহ মাজে মাৰে দেখি আমাৰ চকু জুবায়। আমাৰ দেশৰ মানুহ এই দেশলৈ মে মাহমানত অহা উচিত। ইংলণ্ডত বতৰ ঠিক নাই। আমাৰ দেশত ছয় ঋতু। ইয়াত চাৰিটা। এমন কি মানুহে কৈছে, বিলাতত কেৱল এটা ঋতু, অৰ্থাৎ জাৰ। জহকালিক তেওঁ 1.eafy winter” অৰ্থাৎ পতীয়া আৰকালি বুলি কৈছে। কেতিয়াবা ইয়াত এহকালিও বেছ জাৰ; আৰু কেতিয়াবা অহকাশি ইহান অহ হয় যে বাটে-ঘাটে দুৰ্বল সবল মানুহ মূৰ্চা যায়, আৰু কোনো কোনো মানুহৰ মৃত্যু হয়। বৃটেনৰ সু-কালি বৰ সুন্দৰ। ধিবোৰ গছ-গছনিৰ গুৰপৰা জাৰ-কালিয়ে নিৰ্দয় ভাৱে আবৰণ কাঢ়ি লয়, বসন্তকালে দয়াপৰবৰ হৈ সিহঁতৰ গাত সেই আবৰণ নতুনকৈ দিয়ে। জহ-কাশিৰ সৱহাৰত গছ- গছনিষোৰে অতি সুন্দৰ ৰূপ ধাৰণ কৰে। বৰ প্ৰকোপ সিমান নাই। সাপ কিৰা আৰ তেনে জন্তুৰ প্ৰাদুৰ্ভাব নাই। সেইদেখি মনৰ মুখেৰে আপুনি কোনো বাগিছা বা মুকলি ঠাইলৈ গৈ, পাইপ মুখত লৈ আপোনাৰ প্ৰিয় কবি নাইবা গ্ৰন্থকাৰৰ গ্ৰন্থ জগত লৈ মাহৰ ওপৰত বহি বা দীঘল হৈ পৰি নিৰ্ভয়ে নিবিধিনিয়ে ৰম সুখ অনু কৰিব পাৰে; ইচ্ছা হলে ওচ- ৰতে উমলি ফুৰা সৰু সৰু লৰা ছোৱালীৰ ৰং ধেৰালি চাব পাৰে; পাত ছোৱালীৰ ৰূপৰ প্ৰশংসা কৰিব পাৰে; নাই বুঢ়া বুটীসকলে তেওঁলোকৰ