পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [স হ ৫ সংস শহী। মই আপোনাক গালি পাৰিবলৈ অহা নাই। আপুনি একেৰাশে সোপাকে অস্বীকাৰ কৰি টুপুংকৰে বুৰ মাৰিছে দেখি যে সেই কথা মোৰ মুখত ওলাইছিল। আপোনাৰ পেটৰ কথা সোপাকে মই জানো; মোৰ আগত আপুনি সৈ নকছাটো আপোনাৰ পক্ষে সুবিধাৰ কাম হোৱা নাই।" মই। “তুই ইমান পপ-পকৈ কথা কৈছু কি সাহেৰে?" আলহী। নিজৰ সাহেৰে। পপ-পপ কি? মই যি জানে তাকে কৈছে। সচা কথা কবলৈ ভয় কি?” মোৰ আৰু অসহ্ হল। মই ঘপহকৰে উঠিলোঁ। এহাতেৰে মই আলহীৰ টেটটোত পোষাৰি বৰি, আনটো হাতেৰে, যখন চকিত মই বহি আহিলো সেইখন চকিৰ খুৰা এটাত ধৰি চকিখন তুলি লৈ আলহীৰ ৰৰ ওপৰত দি তাৰে তাক হেচা মাৰি ধৰিলো। কিন্তু মই দেখি চৰিত মানিলো, যে সি চিয়ৰ-বাখৰ বা সেই অৱস্থাৰপৰা মুকলি হবলৈ বিশেষ একে। চেষ্টা নকৰি মাথোন গোঁ গোঁ শবণ কৰিবলৈ ধৰিলে। সেই অতুল আলহীক সেইদৰে মই মোৰ আয়ত্বৰ ভিতৰলৈ আনি জুবিয়াই-সুধিলো, “ক, তই কেন? কিয় তই আহি মোক এইদৰে অপমান কৰিছিলি? নকলে তোক মই নেবো, মাৰি পেলাম।” আলহীয়ে চকিৰ ছেপাৰ তলৰপৰা লাহেকৈ উত্তৰ দিলে, গুনি যে মাৰিব নোৱাৰে; যিমান মন যায় সিমান ছেপিব হে পাৰিব। আপুনি মোক ষমান ছেপিৰ সিমান এই হেপাখাই সৰু হৈ ছেপেটা হৈ যাম, হেপিবলৈ এৰি দিলেই আকৌ বৰৰ এঠাৰ নিচিনাকৈ আগৰদৰে হম। আপুনি মোক মাৰিবলৈ চেষ্টা কৰা বৃথা। মই আপোনাৰ সৈতে একে লগে হে মমি, আপোনাৰ মৃত্যুৰ এক মূহুৰ্তৰ আগেয়েও নহয়। মই কোন যদি আপুনি জানিব খুজিছে, তেন্তে কওঁ শুনক-মই আপোনাৰ মানসপুত্ৰ। মাকে কোলে মন। কৃপাব।