পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

U, Sbort কৃপাবৰ বৰুৱাৰ সামৰণি বোৰ এতিয়া কৈ কি লাভ? এই সামান্য কথাটোকে আপুনি সৈকাঢ়িবলৈ যেকোজেকো কৰিছে যেতিয়া সেইবোৰ এটা এটাকৈ মই উলিয়াব পদে ফিলিপুনি মোক কিলয়েই আমি।” মই। “চাওক, আপুনি মোৰ ঘৰলৈ আৰি বৰ কেয়া-খয়াকৈ মোৰ সাত বদনাম দি কিবা কথাবিলা কবলৈ ধৰিছে। এইবোৰ আন কমা নহয়। লোকে মিলে কি বুলিব?” আলহী - "লোকে কি বুলিব লেইটা মোক কেন লাগছে? মোৰ কাম মই কমি, লোকৰ কাম লেকে কবি। সচা কথাত আপুনি অসষ্ট হবৰ কোনো কাৰণ নাই। কিবাবোলেনে, 'দেৱতাৰ উৎপতি কলে ৰং, মানুহৰ ওপৰি কলে ং" আলহীৰ এই গছৰ কথা আৰু মোৰ অসত্ হৈ উঠিল। মোৰ ভন্ন শচ আদি ভাবৰ ঠাই থঙে অধিকাৰ কৰিলে। মই কৰুশভাৱে তেওঁক বিলো- তুমি কোন হে? মোৰ ঘৰলৈ আহি তুমি এইবোৰ মিছা কথা কবৰ কোন?” আলহী। “মই ময়েই। এইবোৰৰ এতিলমানে মিছা নহয়, তেহেলৈ আপুনি মানকৈই বা নামানক। আপুনি বৰকৈ গপ নাৰিব; আপোনাৰ বিষয়ে মোৰ একো অবিদিত নাই। মই আপোনাৰ পেটৰ কথা লোপাকে জানো। মোৰ আগত লুকুচুক কৰাটো গোটেই মিছা; আৰু ফাইদা মৰাটোও তথৈবচ।” মই। “কি মই তোৰ আগত লুকচুক কৰিছে।? তই কি মোৰ পেটৰ কথা জান হেৰ? তোক মই কোনো কালে দেখা নাই, নিচিনো, নাজানো। গুই হে মিছা কথা কৈছু, মই মিলীয়া নহওঁ।” আলী। মই মিছলীয়া নহওঁ; যদি কোনোবা, সেইজন আপুনি হে হৰ সৰ।” মই। “চুপ ৰও! আকো তই সেইষাৰ কথা মুখ উলিয়ালে মোৰ ঘৰৰপৰা তোক গতিয়াই উলিয়াই দিম। ভই আলী হাল বুলি মোৰ ঘৰলৈ আহি মোক গালি পাৰি যাবলৈ তোক নিদিওঁ।”