পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ শাহেমি। {ম বছৰ স সংখ্য সেইদৰে মজেৰে ইংপিক কোষাই-চৰিয়াই বৰকৈ লৰুৱাই লৈ গলে সি যেনেকৈ ভাগৰি হীনবল হয়, আৰু কেতিয়াবা একেবলিয়েই পৰি প্ৰাণত্যাগ কৰে। একেটা ঘোৰাতে দিনৌ ঘোৰা-খেলত নৰুৱালে সেই যোৰা গোন- কালে খেৰা হব, ক্ষীণব, দূনী হব আৰু কাষৰ অযোগ হব। একেট। হৃৎপিণ্ডকে সেইদৰে যিনৌ ফটিকাৰ জোৰৰ চকৰ” জিয়াসকলে ভাবি যাওক তেওঁলোকে কি কৰিব লাগিছে। আহোম। আহোমবিলাক চানজাতিৰ ভিতৰুৱা এটা ফৈদৰ মানুহ। তেওঁবিলা কৰ মুখৰ পঢ়, ভাষা আৰু লিখা আখৰ নিতা চান। তেওঁলোকে নিজক টাই বলে। টাই শৰদৰ অৰ্ণ স্বৰ্গৰপৰা অহা, বা স্বৰ্গীয়, বা গৌৰৱান্বিত। সেইদেখি আহোম ৰাসকলক অসমত সদায় পদেও বা সৰ্গদেও বোল হৈছিল। চানবিলাকে আমিও নিক টাই বোশ। আহোমবিলাকে আসামলৈ অহাৰ ভালেমান কালৰ পিছলৈকে আন কি শিৱসিংহ লক্ষ্মীসিংহ ৰাৰ দিনলৈকে নিজৰ পুৰি দেশৰ সৈতে সম্পৰ্ক ৰাখিছিল। আহোম বিলাক আসামলৈ অহাৰ পিছত যে চান তিৰ আন ফৈদৰ মানুহ আহি আসাম সোনোৱা কৰ হৈছিল এনে নহয়; চান আতিৰ ভিতৰুৱা আৰু আন আন ফৈদৰ মানুহৰ সোঁত মাহোমৰ পিছত আসামৰ ফাললৈ বলি আছিল। চান জাতীয় খাজাং, ফাকিয়াল, আইটনীয়া, খামতি, দুৰুং আদি অনেক ফৈদ আহোমৰ পিছত আসামলৈ আহে। তুৎবিলাক উনৈশ শতি- কাৰ আৰনৰ ওচৰাওচৰি কালত হে আসাম পাইছিলহি। আষত আহোৰ বাহিৰে চান আতিৰ ভিতৰুৱা আন ফৈ এটাইবোৰ বে- খাৱলী। ইয়াৰ স্বাৰাই স্পষ্টকৈ বুজিব পাৰি যে বৌ তেওঁলোকৰ শত এচাৰি হোৱাৰ আগেয়েই আহাশৰিলাক আসালৈ যিশ : আৰু খামতি আৰ আহ আন চান মৈৰোৰ ৰে এচাৰিত যোৱাৰ পিত হে আসমলৈ আহিছে।