পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৮ বাঁ‌হী [ ১ম বছর এ সংখ্যা

বহুতৰ এনে এটা বিশ্বাস আছে যে পৰিামৰূপে মা খালে তাৰ কোনাে অপকাৰ নহয়, বৰং উপকাৰ হে পোৱা যায়। তেওঁলোকে ভাবে ধে সেইদৰে শব্দ ব্যৱহাৰ কৰিলে ৰাঝি বৃদ্ধি হয়, আহাৰত ৰুচি হয়, যি বস্তু খোৱা যায় সি শীশ যায়, কাৰণ সি "গেষ্টিক জু" Gastric Juice অর্থাৎ আহাৰ পৰিপাক কৰিবৰ নিমিত্তে উদৰত থকা তলৰ পদার্থাটো বাম। এইটো সচা যে ফটিকাই পেটৰ ভিতৰৰ গেষ্ট্ৰীকজুচৰ নিবাসস্থান কোমল কোষবােৰ উত্তেজিত কৰি আহাৰ পৰিপক কাৰবৰ নিমিত্তে আৱশ্যক সেই জুলীয়া পৰাৰ্থৰ সোঁত সৰহকৈ বােয়াল্প। কিন্তু এইটোও সচা যে অস্বাভাবিক ৰূপে বলেৰে সেই ৰস উলিয়াই তাক আহাৰ পৰিপাক কৰিবলৈ ললে, লাহে লাহে স দুৰ্বল হৈ তাৰ পৰিপাক কৰিব পৰা শক্তি কমি আহিব, আৰু সি দুর্বল হলে অজীণ অল্পপিণ্ড আদি নানাৰােগে শৰীৰত বাহ । এইনিমিতে প্রায় দেখিবলৈ পােৱা যায় যে মাপী মানুহে ওপৰত কোৱা বাগবােৰত ভুগি কষ্ট পায়। মদপীৰ যকৃতে অস্বাভাবিক ৰূপে সৰহকৈ কাম কৰিব লগা হয় দেখি তাৰ কাৰ্যৰ বিশৃঙ্খলা ঘটে। যত বেয়া হলেই শৰীৰত বক্ত পৰিচালনৰ কাষ দূষিত হয়, আৰু লাহে লাহে নানা খােগে শৰীৰত ঠাই লৈ ব্যাভঙ্গ কৰে। আহাৰ পৰিপাক নহলে মানুহৰ খিটখিটীয়া হয়, ভালকৈ তেওঁৰ টোপনি নাহে, বেয়া আৰু ভয়ঙ্কর সমাজিক তওঁৰ টোপনিৰ লগৰীয়া হয়। | আৰু এটা ভুল বিশ্বাস অনেকৰ ভিতৰত প্ৰচলিত হৈছে যে পৰিমিত- ৰূপে ফটিকা খালে খাওঁতাজনৰ বুজিৰ বেগ এখৰ হয়, আৰু তেওঁৰ কথা বােৰ ৰসাল হৈ ওলায়। আচলতে হয় কি-ৰ পৰিচালনা কাৰ্য্যৰ ব্যৱস্থাপক মায়ু-কেবােৰ মদে অৱশ কৰি জীৱন-শক্তিৰ তৰল প্রবাহ অতিৰিক্তভাৱে প্রবল বেগেৰে মন্তিত সুমাই দিয়ে । সেইবাবে দ্রুতবেগে এটাৰ পিছত এটাকৈ ভাববােৰ মনত উৎপন্ন হয়। মদ খােৱাজনে সেই