পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম বছৰ চত, ১১নক। 131 মাধুৰী। ফুটে। নে অফুটোকৈ কুমলীয়া কলিটি। ওঁঠত লায়েৰে ৰৈ মিচিকীয়া হাঁহি। সামৰি, পাহৰি গৈ মেলি বা প্ৰাণটি। উদঙাই চাকি থৈ উঠি অহা বুকুটি। লোেকই মোকালাই এধা বন্ধ থোপাটি। হয় নে নহয়কৈ আ ফুটা মাছটি। নো কি কখনো ঐ উটি হাটি। বিশিকি ৰিণিকিকৈ কৰবাৰ ৰী। উচুপি নিকি গৈ কোকীয়া ঠে। লুকুৱা দুমুকাকৈ আৰয়া পেটি। হাৱেই নে শোকে সদীয়া। বেশি লৈ মিঠা গাট থোপাষ্ট।