পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [১৭ বৰ গুৰ্থ সংখ। চৰাৰ, জগন্মোহন বসু আৰু আনন্দৰাম বৰাৰ জীৱৰ চৰিত্ৰ উছু অসমীয়াত সুৱাকৈ চমুকৈ লেখি ইয়াত দিয়া হৈছে। দুটা চাইটা ছাপাখানাৰ ভুলৰ বাহিৰে আন ভুল কিতাপখনত অনেক কম। কিতাপখন স্কুলত চলা দেখলে আমি ৰ পাম। না। - জ্ঞান-মালা।-মতী হেমতা দাসৰ দ্বাৰাই ৰচিত। বেচ চাৰি লেখিকাই কৈছে “সাধুৰ আকাৰে উপদেশ জি সৰল ভাষাৰ কিতাপে লৰাক বিৰে উপদেশ দিয়ে সেইদৰে মনত আনন্দও দিয়ে; আৰু যি কাটে। আমি ভাল পাওঁ তাক সহজে শিকিব পাৰে। অৰু বহুকাল মনত থাকে, ইয়াকে মনত ৰাখি সৰল ভাষাত উপদেশ দিবৰ অৰ্থে এই পুৰি লিখা হল। কিমান দূৰ সফলকাম হব পাৰিছোঁ তাক কব নোৱাৰে” আমি কওঁ যে তেওঁ সম্পূৰ্ণৰূণে সফলকাম হৈছে। তেওঁ সুৱলা ভাষাৰে শীতিপূৰ্ণ উপদেশেৰ লৰা ছোৱালীৰ মনোৰঞ্জন কৰি সাধুবোৰ লেখিব পাৰিছে। এই কিতাপখনি পাই আমি বৰ আনন্দিত হৈহে। লেখিকা আসাম ৩ শ্ৰীশিক্ষাৰ সুফল। তেওঁৰ হাতৰপৰা আমি নতুন নতুনকৈ আৰু কিতাপ পাবৰ আশা কৰি ৰলে। তেওঁৰ কিতাপখনি পালিত চলিষৰ খোপ। কিতাপখনিৰ যি অলপ-অচৰপ ৰণাৰুদ্ধি আৰু ব্যাক দোষ আছে, দ্বিতীয় তাৰণত সেইবোৰ শুৰাই দিলে সি নিৰ্দোষ হব। আমি দুটা চাইটা মান উনুকিয়াই দি; “লৱৰি" পঞ্ছতহে ব্যৱহৃত হয় গদ্যুত লৰি হব লাগে। “সি-টোয়ে নহৈ সিংহটোৱে হব লাগে “বৰষুণ পৰিব ধৰিলে” নেলপি বৰষুণ পৰিবলৈ ধৰিলে লেখা উচিত। উক্তি ৫.বন্ধত লেখা হৈছে আমাৰ চাৰিওফালে যিবিলাক ন্তু দখিবলৈ পাওঁ সকলোবিলাক তিন ভাগে বিভক্ত। চেতন, অচেতন আৰু উদ্ভিদ।” বন্ধুবিলাক দুভাগত হে বিভক্ত হোৱাটো --সঞ্জীব আৰু নিৰ্জীব। উদ্ভিদ সজাৰ পদাৰ্থৰ ভিতৰুৱা। বিদ্যাসাগৰে হে বোধোদয়' পদ বোৰ চেতন অচেতন আৰু উদ্ভিদ এই খিনি ভাগত যদিও বিভক্ত বুলি লেখিছিল, সেইটো ঠিক ৩ নহয়। বোধকৰে। আজি কালিৰ বোৰোয়ত সেই ভুল শুধৰোৱা হৈছে। “পয়া” অতঃ, পৰুৱা হে স্ব। ভাগ্যে গাটো মালি" আৰু গপা আৰই আহিলে” 1