পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| বাঁহী। [ ১ম বছৰঃ সংখ্যা। এইখিনিতে হতে কব পাৰে যে কবিতা মানুহৰ আত্মগৰ্ভ অৰ্থা আপোনাআপুনি ওলোৱ মনৰ ভাব; যদি সেই তাকে মানুহলৈ লক্ষ্য কৰি সেই ভাৱে সজোৱা যায় তেন্তে তাত কৃত্ৰিমতাৰ। আহি পৰে। এই কথাসা। নিজৰ মনত ভাৰ নহলে দুটামান শেহৰ আখৰ মিলাই পদ দেখি- সেই কবিতা নয়। ইফালে এইটে। কথা জানিব লাগে যে মনৰ ভাষবিলাক পৃখিবীত অনু ৰাখিবলৈ সকলো মানুহৰে ইচ্ছ। প্ৰতি আদি সময়কে পৰা যে যাৰ মত এই ইচ্ছাট আছে ইয়াক কোনেও নুই কৰিব নোৱাৰে। শিলত কাটিয়েই বা তাৰৰ কলিতেই হওক, সাঁচিপাতৰ পুথি- তেই বা পৰ্বতৰ গাতেই হওক, মানুহে তেওঁবিলাকৰ মনৰ ভাৰবিলাক সতেজ ৰাখি জগতক দেখুৱাবলৈ চেষ্টা কৰি আহিছে। বুৰঞ্জীৰপৰা আমি এইবিলাক জানিব পাৰোঁ। সেইবোৰ যি হওক, বুৰঞ্জীৰ বিষয়ে আলোচনা ফৰা আজি এই প্ৰৱন্ধৰ উদ্দেশ্য নহয়, সেইকাৰণে সেই বিষয়ে একে নক কেৱল ইয়াকে মনত ৰখা উচিত যে মানুষ মনে অইন বহুতৰ মনক তলতীয়া কৰি ৰাখিবলৈ চায়; সেইকাৰণেই মানুহে ভাব প্ৰকাশ কৰিব সময় নানা কৌশল আশ্ৰয় কৰে। কবিৰ সাধাৰণ কল্পনাৰ আগত চনাফৌশল একোৱেই নহয়। সি আপোনাপুনি নৈৰ সোতৰ দৰে মনৰপৰা ওলাই থাকে। কবিৰ এই এটি স্বাভাবিক। সেইকাৰণে বহুতে চেষ্টা কৰিও কবি হব নোৱাৰে। যি চেষ্টা কৰি মুৰ মাই এটা বা দুটা কবিতা লেখে তা যদি কাৰিক মনৰ সোঁত ৰখা ৰূপে প্ৰকাশ নেপায় তেন্তে সেই কবিতা লেখাৰপৰা একো উপকাৰ নাই। সি স্বাভাবিক কবিতাৰ দৰে ৰসাল নহয়। ফৰিৰ কানাই নি মন তাষক বা নিজৰ সুখ দুখৰু কোনো নিৰুপিত বা বৰ্তমান সময়ৰ কাৰণে আষ ৰাখিব লোখাজে, আৰু চিৰকালব্যা কৰিবলৈ ইচ্ছা কৰে। সেইকাৰণে কবি প্ৰধান লক্ষ্য বৰ্তমান মানৱ সাৰ নহয়, চিৰকাল স্থায়ী মানৱ সমাজ, অৰ্থাৎ তেওঁ এনে একটি কনাগত তাৰ থৈ যায় যি চি কালৰ কাৰণে মা মনত ৰ দিবলৈ পিছ শোহোকে। মনৰ যত খাৰিৰ ভাৰৰ তাৰ, আৰু নিজৰ বৰু সকলোৰ কৰাই কবিতা প্ৰধান উদ্দেশ্য। সংসাৰৰ টনাবিলায় বিশেষকৰে মনৰ আদিৰ