পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৮ বাহী। [বছৰ ১ম ৪ৰ্থ সংখ্যা M.S.C Benninge 154, Bw do Montox Marzelles, Monlieur Bonairge.ক দেখি আমি বৰ সন্তোষ পালে। ইমান দুৰ ফেশত ভাৰতবাসী দেখিলে, আৰু দেশী ভাষাৰে কথা কবলৈ পালে কাৰ নো আনন্দ নহয়? আমি তেওঁক বিমান পাৰিলে। ৰূপবান দি আমাৰ নিজৰ ঠাইলৈ উভতি গলে॥ পাঠকক বোকৰে কব নেলাগে যে এই মচিও বনে আৰু আমাৰ শৰৎ এজেনাই। আৰু এটি কথা; মাৰীয়ে তেওঁক পতিৰূপে গ্ৰহণ নকৰিলে। জ্ঞানদাভিৰাম বৰুৱা। বাহী দেৱৰ গীয়াৰী বাহী আলাসৰ লাৰু, জমিছা ভিকহু ঘৰত। কি আছে কি দিম মই কিহেৰে সুধিম, নাই একো দুখীয়া হাতত॥ গছৰ তলত আই বহিছ। শীৰেৰে, মুখত তুলিছ। দিব্য বাহী। ধুমুহা মাজত তুমি দিব্য সুৰ ধৰি, আনিছ। মুখত মোৰ হাঁহি। সোতৰ চাকত পৰি ৰফৰ কৰি, ঘূৰি ঘূৰি চাকৰ বুক। আগত এষাৰ নিশা, ওপৰে ধুমুহা, হেৰাইছে কেনোৰ দিশত।