পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> বাহী। [১ম বৰ, ৰ্থ সংখ্যা যি শৰ্ভ ট ল নী; সংসাৰত তেওঁৰ কোনো নাই। ৰোপৰ প্ৰধান এখান ঠাইত ঘূৰি ফুৰাই তেওঁৰ কাৰ। ভতিজাৰু কেন্থিত থাকি পঢ়িছে, তেওঁ এই গৰি নিশ্চিন্ত হৈ আলি মাৰিয়ণবাদ ফালি মিলান এনেকৈ ফুৰি ফুৰিছিল। হঠাৎ বুঢ়া লইটলৰ ইংলণ্ডলৈ বৰ দৰকাৰ যেত লইটলে লণ্ডন পাই কেজিলৈ পুতেকলৈ সংবাদ দি চিঠি লেখিলে। কিন্তু কেজিৰ কলেজৰ দুৱৰিয়ে চিঠিখনৰ ওপৰত “Gone away address not known” বুলি কোৱালক চিঠিখন ওতোতাই দিলে। তিনি চাৰি দিনৰ পাছত ডাকৰৰপৰা চিঠিখন উভতি অহা পাই বুঢ়া চিন্তিত হৈ তৎক্ষণাৎ কিংচ, ষ্টেশনৰপৰা কেজিলৈ গল। তত সকলো কথা বুঢ়াই নি বুঢ়াৰ কষ্টৰ সীমা নাথাকিল। লখনলৈ গৈ মনৰ চিন্তা দূৰ কৰিখৰ নিমিত্তে তেওঁ হে-মাৰ্কেট থিয়েটৰত ৰীয়েৰবোম টৰ ভাও চাবলৈ গল। তেতিয়াও টীৰ নতুন থিয়েটৰ “হিজ, ম্যাজেষ্টি” হোৱা নাই; . হে মাৰ্কেটত আছিল। থিয়েটৰলৈ গৈ বুঢ়াই ষ্টলত বহি আছে, তেতিয়াও ভাৱৰা আৰম্ভ হোৱা নাছিল। তেওঁ চাৰিউফালে চাই ফুৰোঁতে শাও- ফালৰ এটা বন্ধু তেওঁৰ চকু পৰিল। বক্সত দুজন ডেকা ইংৰাজ লৰা আৰু দুজনী গাভৰু ছোৱালী। বিলাতী সভ্যতা অনুসাৰে সন্ধ্যা বেলিকা ভাৱনা-বৰত যেনে কাপোৰ পিন্ধা উচিত চাবিউটীৰে তেনে কাপোৰ। পাঠকে এজনক চিনি পায়,-তেওঁ আৰ্থৰ চালচ, বুঢ়াৰ হেৰোৱা পুতেক; আৰু সি তেওঁৰ ধল্প টমাচ, এডলফাচ, চুইটীংহাম। লগৰ গাত দুজনী লনৰ কোনো বিখ্যাত দোকান বস্তু বেচা ছোৱালী। বুঢ়াই লৰাক দেখিয়েই সকলো কথা বুক পাই মনে মনে ভাৱনা চাবলৈ চেষ্টা কৰিলে। চেষ্টাহে কৰিলে কিন্তু চেতে- কালিয়েই বা কি কৰিলে, লিটিল বিলি, চীনবীয়েই বা কোন, বুঢ়াৰ মনত মাই। ভাৱনা শেহ হোৱাৰ আগেয়েই বুঢ়াই দুৱাৰমুখত ঠিয় দিলেগৈ। তাৰ পাছত আটাইৰে দেখাদেখি হল। বুঢ়াৰ লগত পাতৰ ছোৱালী দুজনীক মিচ, ডলী চুইটাহা, মিছ নেলী চুইটাংহাম, বুলি চিনাকি কৰি দিয়া হল। বুঢ়াও এসময়ত ডেকা আছিল। সেইদেখি তেওঁ একো নামাতি আটাইকে ওচৰৰ এটা হোটেলত খুবাই পুতেকক নিজ হোটেললৈ লৈ গল। বাপেকে পুতেকে কি কথা হল সেইবোৰ নি আমাৰ একো লাভ