পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [ ১ম বছৰ চৰ্থ সংখা বৰলৈ যোৱা। এয়েই তেওঁৰ দৈনিক কামৰ “প্ৰোগ্ৰে।” আজি "eat native young man"ক পাই তেওঁৰৰ মহা আনন্দ। আৰ্থ চাচে শৰৎ চক ভালকৈ মাতি আনি আদৰ কৰি বহুৱাইছিল। ইয়াৰ মানে আমি দুটাৰ এটা বুলি ভাবিছে-প্ৰথম, আৰ্থৰ চাল নিজে ভদ্ৰ বংশৰ ইংৰাজ, সেইদেখি ভদ্ৰলোক দেখিলেই তেওঁ “এজন ভদ্ৰলোক আন এজন ভদ্ৰলোকৰ সমান” অৰ্থাৎ ইংৰাজীত ফলৈ পলে a gentleman is a gentleman, whoever or wh-tever he is”এই বচন মত চলিছিল। লগুনত থকাৰে পৰা চাৰ্লচৰ real native life অৰ্থাৎ অচল দেশী মানুহৰ গঢ় গতি ইত্যাদি চাবৰ বৰ ইচ্ছ। তেওঁ শৰৎচনুক দেখি ভাবিলে যে একে বয়সীয়া পৰা, হয়তো তেওঁৰ অনেক কালৰপৰা সাঁচতীয়া সেই ইচ্ছা পূৰণ হব পাৰে। আখৰে শৰৎচন্দ্ৰক চেলেউ দি ভালকৈ বহুৱাই নানা কথাবাৰ্তা পাতিলে। দুইবো বেহু মিল হল। দুয়ো পৰম্পৰ আলাপ কৰি সুখী হল। আখৰ চাৰ্লচ লৰ্ডইটঙ্খলৰ জন্ম কলিকতাত। আখৰৰ মাকে লক পৃথিৰীলৈ আনিয়েই ইহলোক পৰিত্যাগ কৰিলে। মাউৰা আথক এজনী মাগী আয়াই বিলাতলৈ লৈ গৈ থৈ আহে। বুঢ়া লৰ্ডইটলো অৱশ্যে লগত আছিল। কিন্তু জাহাত লৰাৰ সৈতে বাপেকৰ দেখা-সাক্ষা- হেই নাছিল। আয়াৰ ওপৰত ৰাৰ ভাৰ দি লৰ্ডইটঅল বুঢ়াই আন বুঢ়া ডেকা গাভৰু ইংৰাৰে সৈতে গণ পাতি ফটিকা খাই চেলেউ হুপি পাই বাৰ শাঁচ বাৰকৈ দিনে খাই, খেলি নাচি গাই বিলাত পালেগৈ। বিলাত তেওঁৰ দূৰ সম্পকীয় এমী জীয়েকৰ লগত তেওঁ অথৰক থৈ আকৌ ভাৰতবৰলৈ উভতি আহিল। মাহী গয়াই বিলাপ আকৌ তেনেকুৱা আন সৰু লৰ। লৈ ভাৰতলৈ আহল। এনে খাতাষী আয় বন্ধুতে আছে যাৰ কাষ কেৱল এয়েই। সি তাৰতবৰ্ষৰপৰা ইংলগলৈ আৰু তাৰতবৰৰপৰা আমেৰিকা ইত্যাদি দেশলৈ সৰু সৰু লৰা ছোৱালীৰ তত্বাবধান কৰা কাৰত অহা যোৱা কৰে। বিলাতলৈ ২০২৪ বাৰ গামোৱা কৰা আৰে। আমি দুজনী এজনী দেখিছে। এখৰ চালচৰ পেহীয়েক যি, মোয়া লওঁইটৰলে ৰাখক দুবছৰত পায়। তেওঁ সাঁচ বৰমান আৰক মিলৰ লগত ৰাখি সাত বছৰ বয়সত নখনৰ ওচৰতে এটা সাত দিয়ে। বাৰ্থ ভাত সহ বহমান গঢ়ি